September 20, 2023 স্বামী ৰাজীৱ গান্ধীৰ সপোন সঁচা হ’ব– লোকসভাত ছোনিয়া গান্ধী Share FacebookTwitterWhatsAppTelegramKooEmail ‘ৰাজীৱ গান্ধীৰ সপোন সঁচা হ’ব। ৰাজীৱ গান্ধীৰ সপোন আছিল মহিলা সংৰক্ষণ বিধেয়ক’। লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক বিতৰ্কত ভাগ লোৱাৰ পূৰ্বে মন্তব্য ছোনিয়া গান্ধীৰ। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক দৈনন্দিন বাৰ্তা - December 13, 2025