Breaking

বিহু সম্পৰ্কে শীঘ্ৰেই আহিব এছ অ’ পি ! চান্দা সংগ্ৰহত কঠোৰ চৰকাৰ

0 47

বাপতি সাহোন বিহুটিলৈ মাজত প্ৰায় ডেৰ মাহ বাকী। চৰকাৰে ইতিমধ্যে বিহুৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে কঠোৰ স্হিতি। সেইমৰ্মে কোনো বিহু কমিটি বা উদ্যোক্তা সকলে কোনো কাৰণত চান্দা সংগ্ৰহ কৰিব নোৱাৰিব।

চৰকাৰে কমিটিক ডেৰ লাখ টকাকৈ আগবঢ়াব। আনহাতে ১৫ মে’ত আয়োজিত বিহুক চৰকাৰে এই ধনৰাশি যোগান নধৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে যাৱতীয় এছ অ’ পি প্ৰকাশ পাব বুলি সদৰি কৰে।

Leave A Reply