Breaking

দক্ষিণ কোৰিয়াৰ বিৰোধী নেতাৰ ডিঙিত ছুৰিকাঘাত

0 22

মঙলবাৰে দক্ষিণ কোৰিয়াৰ বিৰোধী ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা লী জে-মিয়ুঙৰ ডিঙিত ছুৰীৰে আক্ৰমণ কৰে দুৰ্বৃত্তই।

বুচানৰ প্ৰস্তাৱিত বিমানবন্দৰ ভ্ৰমণৰ সময়ত সংবাদমেল সম্বোধন কৰোতে ডিঙিত ছুৰিকাঘাত কৰে বুলি জানিব পৰা গৈছে। লীৰ ওচৰলৈ অটোগ্ৰাফ বিচাৰি গৈছিল দুৰ্বৃত্তটো।

আক্ৰমণকাৰীজনক ঘটনাস্থলীত গ্ৰেপ্তাৰ কৰে নিৰাপত্তাৰক্ষীয়ে।

Leave A Reply