ঋণগ্ৰস্ত হিতাধিকাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ সকাহ। সৰ্বাধিক ২৫ হাজাৰ টকালৈকে ঋণ ৰেহাই।

AMFIRSৰ অধীনত তৃতীয় পৰ্যায়ৰ সকাহ প্ৰদান অনুষ্ঠান।

২০ লাখ ঋণগ্ৰস্ত মহিলাই লাভ কৰিছে AMFRS আঁচনিৰ সুবিধা। জনতা ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এই অনুষ্ঠান।