ক্রীড়া-জগত

WTC Final: গ্ৰীনে ভাৰতক পৰাস্ত কৰি টেষ্ট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ লক্ষ্য কেমেৰন গ্ৰীনৰ। সেই লক্ষ্যত আটাইতকৈ ডাঙৰ বাধা হৈছে ভাৰত। অষ্ট্ৰেলিয়াই এইবাৰ ভাৰতৰ বিৰুদ্ধে খেলিব। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰগৰাকীয়ে এই শৃংখলা জয় কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে।(WTC final)

Olympic Council of Asia president :প্ৰথম ভাৰতীয় অলিম্পিক কাউন্সিল অফ এছিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত ৰণধীৰ সিং

প্ৰবীণ ক্ৰীড়া প্ৰশাসক ৰণধীৰ সিঙে দেওবাৰে মহাদেশীয় সংস্থাৰ ৪৪ সংখ্য়ক সাধাৰণ সভাৰ সময়ত এছিয়াৰ অলিম্পিক পৰিষদৰ (অচিএ) সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় ( Olympic Council of Asia president) । পাঁচবাৰৰ অলিম্পিক শ্বুটাৰ, ৰণধীৰ অ'চিএ সভাপতি পদৰ বাবে একমাত্ৰ যোগ্য প্ৰাৰ্থী আছিল।

North-East Badminton Tournament: আজিৰে পৰা গুৱাহাটীত উত্তৰ-পূৱ বেডমিণ্টন, দলীয় শাখাত অসমৰ প্ৰতিদ্বন্দ্বী নগালেণ্ড-অৰুণাচল…

বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাখন আজিৰে পৰা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

Durand Cup 2024 : ব্যক্তিগত প্ৰদৰ্শনতকৈ দলীয় সফলতা মোৰ বাবে গুৰুত্বপূৰ্ণ : পাৰ্থিৱ গগৈ…

‘ফুটবলত ব্যক্তিগত প্ৰদৰ্শন স্বাভাৱিকতে মুল্যহীন যদিহে দলৰ প্ৰদৰ্শন ফলদায়ক নহয় ৷ সেয়ে মই বিশ্বাস কৰো দলে উন্নত প্ৰদৰ্শন কৰাটো ৷ আমি যেতিয়া এখন...

অসমৰ প্ৰথম গৰাকী মহিলা চেইলৰ নিশামণিক জন্মভূমি সৰুপথাৰত উষ্ম আদৰণি…

তামিলনাডুত অনুষ্ঠিত সৰ্বভাৰতীয় কাইট বৰ্ডিং চেম্পিয়নশ্বীপ ২০২৪ত অসমক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে চেইলৰ প্ৰতিযোগিতাৰ মহিলা শাখাত একেৰাহে বহুকেইটা পদক জয় কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নাম অন্তভুক্ত কৰিবলৈ সক্ষম হয় ধনশিৰিৰ সৰুপথাৰৰ নগাজৰী দ চুক গাঁৱৰ কন্যা নিশামণি।

Popular