ক্রীড়া-জগত

জণ্টি ৰোডছক প্ৰ’ ক্ৰিকেট লীগৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি…

চলিত বৰ্ষৰে ছেপ্টেম্বৰ-অক্টোবৰ মাহত দিল্লী এনচিআৰত অনুষ্ঠিত হ’ব প্ৰ’ ক্ৰিকেট লীগ৷ প্ৰতিযোগিতাৰ উদ্বোধনী ছিজনটোত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ জণ্টি ৰোডছক লীগৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে...

গুৱাহাটীত ‘জেভলিন ডে’ উদযাপনৰ প্ৰস্ততি, ৭আগষ্টত দিনযোৰা কাৰ্যসূচী-প্ৰতিযোগিতা…

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নিৰ্দেশ মর্মে আগন্তুক ৭ আগষ্ট ২০২৪ তাৰিখে টকিঅ' অলিম্পিকত স্বর্ণ পদক প্রাপ্তিৰে ইতিহাস ৰচনা কৰা এথলিট নিৰজ চোপ্ৰাৰ বাবে উক্ত দিনটো...

আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল, কলকাতাৰ উদ্বোধনী মেচত মোহন বাগান-ডাউন টাউন হিৰোজ…

১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ হ’ব৷ ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল...

বক্সিং ৰিঙত খলকনি তুলিবলৈ সাজু অসম কন্যা লাভলীনা, নিজ গৃহৰ পৰা সুদূৰ পেৰিছত থকা কন্যাক শুভেচ্ছা জনালে পিতৃ-মাতৃয়ে…

পেৰিছ অলিম্পিকৰ বক্সিং ৰিঙত খলকনি তুলিবলৈ সাজু অসম কন্যা লাভলীনা বৰগোহাঁই। গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়াৰ নিজ গৃহৰ পৰা সুদূৰ পেৰিছত থকা কন্যা লাভলীনাক শুভেচ্ছা...

অলিম্পিক আৰম্ভ হোৱাৰ লগে লগে ক’ভিডত আক্ৰান্ত ৫গৰাকী খেলুৱৈ…

অলিম্পিক খেলুৱৈ আক্ৰান্ত হৈছে ক'ভিডত । আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থাৰ খবৰ অনুসৰি অষ্ট্ৰেলিয়াৰ মহিলা ৱাটাৰ প’ল’ দলৰ ৫গৰাকীকৈ খেলুৱৈ সম্প্ৰতি কোৰোনাত আক্ৰান্ত হৈছে। পোহৰলৈ অহা...

Popular