ভাৰত আৰু আন ৬দেশৰ লোকক ৩১ মাৰ্চলৈকে বিনামূলীয়া ভিছাৰ অনুমোদন শ্ৰীলংকাৰ

শ্ৰীলংকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আলী ছাব্ৰিয়ে ঘোষণা কৰিছে যে ২০২৪ চনৰ ৩১ মাৰ্চলৈকে পাইলট প্ৰজেক্ট হিচাপে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰত আৰু আন ছয়খন দেশৰ লোকক বিনামূলীয়া ভিছা প্ৰদানৰ অনুমোদন জনাইছে।

বাকী ছখন দেশৰ ভিতৰত অন্তৰ্ভুক্ত চীন, ৰাছিয়া, মালয়েছিয়া, জাপান, ইণ্ডোনেছিয়া আৰু থাইলেণ্ড।

Related Articles