Breaking

শ্ৰীলংকা নৌসেনাই আটক কৰিলে ৬জন ভাৰতীয় মাছমৰীয়াক ! ধৃত ৬জন মাছমৰীয়াৰ ঘৰ তামিলনাডুৰ পুডুকোট্টাইত…

0 49

শ্ৰীলংকা নৌসেনাই আটক কৰিলে ৬জন ভাৰতীয় মাছমৰীয়াক। মাছমৰীয়াকেইজনে সমুদ্ৰত অবৈধভাৱে চিকাৰ কৰাৰ অভিযোগ।

Alleppey,India-July 23,2009: Fishing in Arabian sea by local fishermen July 23, 2009 in Alleppey, India.

এক বিবৃতিযোগে এই অভিযোগ শ্ৰীলংকাৰ। ধৃত ৬জন মাছমৰীয়াৰ ঘৰ তামিলনাডুৰ পুডুকোট্টাইত।

ধৃত ৬জনৰ ভিতৰৰ ৫জন মাছমৰীয়াৰ নাম প্ৰকাশ। আটক নৰেশ, আনন্দবাবু, অজয়, নন্দ কুমাৰ আৰু অজিত।

Leave A Reply