Breaking

বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামীৰ দেহাৱসান…

0 70

বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামীদেৱৰ দেহাৱসান।

সত্ৰাধিকাৰ গৰাকীৰ পৰলোক প্ৰাপ্তিত বটদ্ৰৱাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

গায়ন-বায়ন, অভিনেতা, নৃত্য শিল্পী, সু বক্তা, সাহিত্যিক, নাট্যকাৰ , বিশেষকৈ এজন জনপ্ৰিয় কৌতুক শিল্পী আদি বহু গুণেৰে সমৃদ্ধ সদ্য প্ৰয়াত সত্ৰাধিকাৰগৰাকীয়ে অসমৰ বিভিন্ন ঠাইত মহাপুৰুষ গুৰুজনাৰ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখি ধৰ্মৰ ভেটি টনকিয়াল কৰি আহিছিল সত্ৰাধিকাৰ গৰাকীয়ে।

Leave A Reply