Breaking

স্তব্ধ অইলৰ কাম-কাজ! বিকল ইণ্টাৰনেট চাৰ্ভাৰ…

0 2,069

অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰনেট চাৰ্ভাৰ বিকল হৈ আছে যদিও কেতবোৰ প্ৰযুক্তি প্ৰয়োগ কৰি আৰম্ভ কৰিছে বিভাগীয় কাম-কাজ । অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰনেট চাৰ্ভাৰ বিকল হোৱাত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছিল প্ৰতিষ্ঠানটোৰ প্ৰায় বিলাক কাম-কাজ।

ইণ্টাৰনেটৰ চাৰ্ভাৰ বিকল হোৱাৰ ফলত কোম্পানীটোৰ আন্তঃযোগাযোগ বিছিন্ন হৈ পৰিছিল । শুকুৰবাৰে এই সৰ্ন্দভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অইলৰ মুখপাত্ৰ ত্ৰিদীপ হাজৰিকাই ।

Leave A Reply