Breaking

গ্ৰীষ্মকালত কেঁচা পিঁয়াজ খাবলৈ আৰম্ভ কৰক। বহু ৰোগৰ পৰা হাত সাৰিব…

0 111

কেঁচা পিঁয়াজ খালে শৰীৰৰ কি কি উপকাৰ হয়। গ্ৰীষ্মকালত নিজৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজন।কেঁচা পিঁয়াজ খালে আপোনাৰ শৰীৰে বহু উপকাৰ হয়-


গ্ৰীষ্মকালত পিঁয়াজ খোৱাৰ উপকাৰিতা-
পিঁয়াজে ষ্ট্ৰ’কৰ পৰা হাত সাৰিবলৈ সহায় কৰিব পাৰে। সেইবাবেই গৰমৰ দিনত কেঁচা পিঁয়াজ খোৱাটো জৰুৰী।


বৰ্তমান কোভিড-১৯ৰ ৰোগী বৃদ্ধি পাইছে, একে সময়তে গৰমৰ প্ৰকপো আৰম্ভ হৈছে। এনে পৰিস্থিতিত পিয়াঁজ খোৱাটো আপোনাৰ বাবে অতি উপকাৰী। পিঁয়াজত এনে বহু পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। লগতে আমাৰ শৰীৰটো ভিতৰৰ পৰাও শীতল কৰি ৰাখে।


গ্ৰীষ্মকালত বেছিভাগ মানুহৰে পাচনতন্ত্ৰৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত কেঁচা পিঁয়াজ খাব লাগে। পিঁয়াজ খোৱাৰ সময়ত নেমুৰ ৰসও দিব পাৰি। এনে কৰিলে পেটৰ বিষ, কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ দৰে সমস্যাৰ পৰা মুক্তি পাব পাৰি।

Leave A Reply