Breaking

বিশিষ্ট সাংবাদিক যদু কাকতি অসুস্থ….

0 64

ৰাজ্যৰ বিশিষ্ট সাংবাদিক যদু কাকতি অসুস্থ

বৰ্তমান জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন প্ৰবীণ সাংবাদিকগৰাকী

গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে সাংবাদিক যদু কাকতি

নিশাই সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

চিকিৎসাৰ সম্পূৰ্ণ ব্য়য় বহন কৰিব ৰাজ্য চৰকাৰে

সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰয়োজনীয় সকলো ধৰণৰ চিকিৎসাৰ লগতে ঔষধ আদি উপলব্ধ কৰাবলৈ জিএমচিৰ অধীক্ষকক নিৰ্দেশনা

Leave A Reply