তেজপুৰৰ ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতিত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি উন্মোচন

তেজপুৰত জ্যোতি ভাৰতী (পকী)ত অনুস্থিত কৰা তেজপুৰৰ নৱ নিৰ্মিত মূল তোৰণ আৰু ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ব্ৰঞ্জৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ উন্মোচনী অনুস্থান ২০২৪। আজি শোনিতপুৰ জিলা তেজপুৰৰ ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতি (পকী)ত আনুস্থানিক ভাৱে অনুস্থিত কৰা হয়।

উন্মোচক, মন্ত্ৰী অশোক সিংহালৰ লগতে উপস্থিত থাকে শোনিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে উপস্থিত থাকে বিহালি সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত আৰু এমত্ৰণৰ উপাধক্ষ্য ঋতুবৰন শৰ্মা ও তেজপুৰ মহাভৈৰৱ দেৱালয় পৰিচালনা সমিটী সভাপতি হিৰন্য ভূঞাৰ লগতে উপস্থিত থাকে জ্যোতি ভাৰতী সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাস। ইয়াৰ পিছতে অনুস্থানটি শুভাৰম্ভ কৰা হয়। মূল তোৰনৰ ফিটা কাটি আজি এই অনুস্থানটিৰ লগতে সংগতি ৰাখি জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

Related Articles