অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ লুমডুঙত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন…

অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ লুমডুঙত শনিবাৰে স্বামী বিবেকানন্দৰ ২৩.৪ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।


এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু ৰামকৃষ্ণ মিছনৰ উপ সভাপতি গৌতম আনন্দ জী মহাৰাজৰ লগতে মিছনৰ বিষয়া আৰু অৰুণাচলৰ একাংশ মন্ত্ৰী বিধায়ক উপস্থিত থাকে।

Related Articles