Steffi Gogoi: আমেৰিকাত উজলিল অসমৰ জীয়ৰী ষ্টেফী গগৈ

আমেৰিকাত উজলিল অসম জীয়ৰী।(Steffi Gogoi) 

‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ।

ৱাশ্বিংটনত ৩০ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই প্রতিযোগিতা।

টিংখাঙৰ ষ্টেফী গগৈয়ে ‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন কৰে।

আমেৰিকাৰ ৱাশ্বিংটনত অনুষ্ঠিত হৈছিল ‘এম্পাৱাৰিং গ্ল’বেল ৱমেনছ ফেষ্টিভেল’।

‘এম্পাৱাৰিং গ্ল’বেল ৱমেনছ ফেষ্টিভেল’তে লাভ কৰে এই খিতাপ।

এই প্রতিযোগিতা স্বেচ্ছাসেৱী সংগঠন ‘এম্পাৱাৰিং’ৰ উদ্যোগত অনুষ্ঠিত হৈছিল।

প্রতিযোগিতা বিহু নৃত্য প্ৰদৰ্শন কৰি বিচাৰকৰ উচ্চ প্রশংসা লাভ ষ্টেফীৰ।

Related Articles