Breaking

প্ৰতিখন বিদ্যালয়ৰ প্ৰধানলৈ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! কাইলৈৰ ভিতৰত B.Ed ডিগ্ৰী থকা শিক্ষকৰ তালিকা দাখিলৰ নিৰ্দেশ…

0 83

প্ৰতিখন বিদ্যালয়ৰ প্ৰধানলৈ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা।

কাইলৈৰ ভিতৰত B.Ed ডিগ্ৰী থকা শিক্ষকৰ তালিকা দাখিলৰ নিৰ্দেশ। দাখিল কৰিব লাগিব B.Edৰ মূল প্ৰমাণ পত্ৰসহ নম্বৰ তালিকা।

মুখ্যমন্ত্ৰীৰ তৎপৰতাৰ ভিত্তিতে এই নিৰ্দেশনা স্কুল শিক্ষা বিভাগৰ। ভুৱা ডিগ্ৰীৰে চাকৰি কৰাসকলক চিনাক্ত কৰাৰ বাবেই এই নিৰ্দেশনা।

Leave A Reply