Breaking

নগাঁৱত কলা শাখা আৰু বিজ্ঞান শাখাৰ সাফল্য

0 1,636

কলা শাখা
তৃতীয় স্থান :- নীলয় কুৰ্মী(৪৮৩)
ৰামানুজন জুনিয়ৰ কলেজ
পঞ্চম স্থান :- প্ৰত্যুশ প্ৰতিম বৰা(৪৮০)
কনচেপ্ট জুনিয়ৰ কলেজ
ষষ্ঠ স্থান :-উপাসনা শইকীয়া(৪৭৮)
দশম স্থান :- মেঘনা বৰা (৪৭৩)
ৰামানুজন জুনিয়ৰ কলেজ

বিজ্ঞান বিভাগ

তৃতীয় স্থান :- সুৰজিত সূত্ৰধৰ(৪৮৬)
কনচেপ্ট জুনিয়ৰ কলেজ
চতুৰ্থ স্থান ঋত্বিক কুমাৰ সূত্ৰ (৪৮২)
কনচেপ্ট জুনিয়ৰ কলেজ
এলদ্ৰণ কুমাৰ নাথ(৪৮২)
ৰামানুজন জুনিয়ৰ কলেজ
পঞ্চম স্থান :-ৰোহন শইকীয়া(৪৮১)
কনচেপ্ট জুনিয়ৰ কলেজ
সপ্তম স্থান:- বৈভৱ সোণোৱাল(৪৭৭)
ৰামানুজন জুনিয়ৰ কলেজ
নৱম স্থান:- দেৱশীষ শৰ্মা(৪৭৫)
কনচেপ্ট জুনিয়ৰ কলেজ।

ৰামানুজন জুনিয়ৰ কলেজৰ ৭ গৰাকী, কনচেপ্ট জুনিয়ৰ কলেজৰ ,৫গৰাকী, গীতাঞ্জলী কলেজৰ ১ গৰাকী আৰু ভাৰতী বিদ্যাপীঠৰ ১ গৰাকীয়ে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়।

Leave A Reply