Breaking

গোৱালপাৰাৰ কনমানী ছোৱালী পঞ্চী বৰ্মনৰ সাফল্য

0 2,267

যোৱা ১৪ নভেম্বৰত বঙাইগাঁও জিলাত হৈ যোৱা NEV EVENTS ENTERTAINMENT PVT LTD  ৰ দ্বাৰা আয়োজিত আকচাৰা বিউটি পিগেন্ট কন্টেছ ২০২১ ত kids junior শাখাত গোৱালপাৰা জিলাৰ ৰাতুল চন্দ্ৰ বৰ্মনৰ আৰু নিলীমা দাসৰ একমাত্ৰ কনমানী ছোৱালী পঞ্চী বৰ্মনে 2nd runner’s up খিতাপ দখল কৰে আৰু আগন্তুক বৰ্ষৰ ২৯ আৰু ৩০ জানুৱাৰীত গোৱাত হ’ব লগা National Aqsara Beauty peagent contestৰ বাবে অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। কনমানী পঞ্চী বৰ্তমান গোৱালপাৰাত থকা ৰাইজিং ডান্স একাডেমীত নৃত্যৰ গুৰু শংকৰ  কলিতাৰ অধীনত নৃত্য প্ৰশিক্ষণ কৰি আছে।

Leave A Reply