অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত গ্ৰীনভেলি ছছাইটিৰ সহোযোগত অনুষ্ঠিত হয় সপ্তাহজোৰাকৈ ENVIRONMENT EDUCATION PROGRAM (PEP)ৰ অধীনত পৰিবেশৰ বাবে জীৱনশৈলী অভিযান (A WEEK FOR LIFE CAMPAIGN)৷

আজি চাউথ বইটামাৰী হাইস্কুলত অন্তিম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হয়।
বিভিন্ন কাৰ্যসূচীৰে ৰাতিপুৱা অনুষ্ঠিত হয় এই অনুষ্ঠান।

উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বিশিষ্ট বক্তা হিচাপে মন্তব্য আগবঢ়ায় ড• হেমন্ত কোৰ আৰু সঞ্জীৱ বাগলাৰীয়ে।

