হঠাৎ শাৰীৰিকভাৱে অসুস্থ সাংবাদিক ইমদাদ আলী…

শুক্ৰবাৰে হঠাৎ শাৰীৰিকভাৱে অসুস্থ হৈ পৰে সাংবাদিক ইমদাদ আলী। বৰ্তমান সাংবাদিকজনক গুৱাহাটী চিকিসা মহাবিদ্যালয়ত চিকিসা কৰি থকা হৈছে। চিকিসকৰ মতে অতি শীঘ্ৰেই সাংবাদিকজন সুস্থ হৈ উঠিব। বিশেষ চিন্তাৰ কোনো কাৰণ নাই।

উল্লেখ্য যে সাংবাদিক ইমদাদ আলী বৰ্তমান দিশপুৰ প্ৰেছ ক্লাৱৰ উপ সভাপতিৰ লগতে দৈনন্দিন বাৰ্তাৰ ডিজিটেল মাধ্যম ডিবি নিউজৰ পৰিচালন সম্পাদকৰ দায়িত্বত আছে। সাংবাদিকজন সোনকালে সুস্থ হৈ পুনৰ ন ন কৰ্ম কৰাৰ আশা সকলোৰে।

Related Articles