Breaking

ৰাহুল গান্ধীক এলিয়েন আখ্যা বিধায়িকা সুমন হৰিপ্ৰিয়াৰ…

0 25

ৰাহুল গান্ধীক এলিয়েন আখ্যা বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ।

কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ কৰি হাজোৰ বিধায়িকাগৰাকীয়ে সমালোচনা কৰে ৰাহুল গান্ধীক।

বিধায়িকাগৰাকীয়ে ক’লে, ‘‘ৰাহুল গান্ধী এটা এলিয়েন। ৰাহুল গান্ধী কোন গ্ৰহৰ পৰা আহিছে গম নাপাওঁ। আজি আছে কাইলৈ আকৌ উৰি যাব নিজৰ গ্ৰহলৈ’।

Leave A Reply