Sumi Borah: মুকলি আকাশৰ তললৈ ট্ৰেডিং কুইন চুমী

জামিন লাভ ট্ৰেডিং কুইন চুমী বৰাৰ।(Sumi Borah)

ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ অন্তিমটো গোচৰত জামিন লাভ চুমীৰ।

ট্ৰেডিং কেলেংকাৰীৰ আটাইকেইটা গোচৰত জামিন লাভ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে চুমি বৰাক।

২০২৪ বৰ্ষৰ ১২ ছেপ্টেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰাক।

ট্ৰেডিং গোচৰৰ আটাইকেইটাতে জামিন লাভ চুমি বৰাৰ।

শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব চুমি বৰা।

Related Articles