December 7, 2023 নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ উচ্চতম ন্যায়ালয়ত শুনানি… Share FacebookTwitterWhatsAppTelegramKooEmail নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। সাংবিধানিক বিচাৰপীঠত আৰম্ভ তৃতীয় দিনৰ শুনানি। দুদিনকৈ বিষয়টোক লৈ SCত হৈছে শুনানি। ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত চলিছে শুনানি Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026 কোকৰাঝাৰত উত্তেজনা অব্যাহতঃ আশ্ৰয় শিবিৰ স্থাপন, স্পৰ্শকাতৰ অঞ্চলত সেনা মোতায়েন দৈনন্দিন বাৰ্তা - January 21, 2026