August 1, 2024 পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক লাভ স্বপ্নীল কুশালৰ… Share FacebookTwitterWhatsAppTelegramKooEmail পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক। ৫০ মিটাৰ এয়াৰ ৰাইফলচত ব্ৰঞ্জৰ পদক স্বপ্নীল কুশালেৰ। বৃহস্পতিবাৰে ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত ব্ৰঞ্জৰ পদক দখল কৰি পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক লাভ কৰে স্বপ্নিল কুশালে। Author: দৈনন্দিন বাৰ্তা Related Articles বিশ্ববেংকৰ পৰা ২৭৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে: শিক্ষাখণ্ড উন্নয়নৰ বাবে কেবিনেটৰ বৃহৎ সিদ্ধান্ত ASSAM CABINET দৈনন্দিন বাৰ্তা - July 23, 2025 ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra দৈনন্দিন বাৰ্তা - July 22, 2025 WCL: ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ড ২০২৫ৰ চতুৰ্থখন মেচ বাতিল দৈনন্দিন বাৰ্তা - July 20, 2025