Syed Sadullah: মৃত্যুৰ পূৰ্বে নেত্রদান কৰি গ’ল বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদ্দুল্লাই

বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান।(Syed Sadullah)

জটিল ৰোগত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছিল অনাতাঁৰ শিল্পীগৰাকী।

মৃত্যুৰ পূৰ্বে GMCHত নেত্রদান কৰি গ’ল চৈয়দ ছাদ্দুল্লাই।

নেত্ৰদান কৰা শেষ ইচ্ছা আছিল বিশিষ্ঠ কণ্ঠশিল্পীগৰাকীৰ।

কাইলৈ ডিব্ৰুগড়ত জানাজা সম্পন্ন হ’ব চৈয়দ ছাদুল্লাৰ।

Related Articles