T20 বিশ্বকাপৰ শ্বাসৰুদ্ধকৰ ছেমি ফাইনেলত ৰানৰ বৰষুণ।
২৫৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি ২৪৬ ৰান সংগ্ৰহ ইংলেণ্ডৰ ।
৭ৰানত জয়ী টীম ইণ্ডিয়া।
T-20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰতে।
ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ।
৮ মাৰ্চত ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু নিউজিলণ্ড।
আনহাতে সঞ্জু ছেমচনে কয় যে PLAYER OF THE MATCHৰ সন্মান মোতকৈ বেছি বুমৰাহহে যোগ্য। কাৰণ অন্তিম অভাৰবোৰত বুমৰাহৰ বলিঙৰ সহায় নহ’লে আমি মেচখনত জয়লাভকৰিব নোৱাৰিলোহেঁতেন। বুমৰাহ এজন বিশ্বৰ শ্ৰেষ্ঠ বলাৰ।

