August 24, 2024 নগাঁৱৰ ধিং কাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail নগাঁৱৰ ধিং কাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যু ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ পুখুৰীত জাঁপ দিছিল তাফাজ্জুলে ৷ দুঘণ্টাজোৰা অভিযানৰ অন্তত পুখুৰীৰ পৰা উদ্ধাৰ তাফাজ্জুলৰ মৃতদেহ৷ Author: দৈনন্দিন বাৰ্তা Related Articles ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া: দৈনন্দিন বাৰ্তা - February 28, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026