Tag: ACCIDENT

Browse our exclusive articles!

নেপালৰ নদীত ডুবিল ভাৰতীয় নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ…

নেপালৰ নদীত ডুবিল ভাৰতীয় নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ। ভয়ংকৰ দুৰ্ঘটনা ১১ জন নিহত। মাৰ্চয়াংদি নদীত ডুবিল এখন উত্তৰ প্ৰদেশৰ নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ। পোখাৰাৰ...

উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংক ! ফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰ…

উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংকফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰসংকটজনক অৱস্থাত আহতসকলক AIIMS, GMCHত ভর্তি বলীয়া শিয়ালৰ আতংকক লৈ নিদ্ৰা হৰিছে গঞাৰনিশা...

মাজুলীত লুইতৰ বুকুত আবদ্ধ ‘এছ বি চন্দন’ নামৰ ফেৰীখন ! ফেৰীখনত আছিল ৪০খন বাইক, এখন চাৰিচকীয়া বাহন…

মাজুলীত লুইতৰ বুকুত আবদ্ধ 'এছ বি চন্দন' নামৰ ফেৰীখন। কমলাবাৰী ঘাটৰ পৰা নিমাতি অভিমুখে গৈ আছিল ফেৰীখন। ফেৰীখনত আছিল ৪০খন বাইক, এখন চাৰিচকীয়া বাহন।

গুৱাহাটীৰ পানীখাইতিত প্ৰাতঃভ্ৰমণলৈ অহা মহিলাক খুন্দা তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ…

গুৱাহাটীৰ পানীখাইতিত পথ দুৰ্ঘটনা। প্ৰাতঃভ্ৰমণলৈ অহা মহিলাক খুন্দা তীব্ৰবেগী বলেৰ' পিকআপ ভানৰ। দুৰ্ঘটনাত আহত মহিলাগৰাকীক GMCHত ভৰ্তি। চন্দ্ৰপুৰ দিশৰ পৰা গুৱাহাটী অভিমুখী আছিল ভানখন।...

ডিমা হাছাওৰ উমৰাংছ’ত পথ দুৰ্ঘটনাত মৃত্যু গুৱাহাটী নিৱাসী নীল মহেলাৰ…

দেশৰ স্বাধীনতা দিৱস উদযাপনৰ মাজতে ডিমা হাচাও পথ দুৰ্ঘটনাত বাইক ৰাইডা নিহত। ডিমা হাছাও জিলাৰ উমৰাংছত বৃহস্পতিবাৰে প্ৰায় তিনি বজাত হোৱা ক্লিংকাৰ কঢ়িওৱা ১৮...

Popular

Dark Chocolate: চকলেট খাই ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰাখক! কিন্তু এটা কথা মনত ৰাখিব

যদি আপুনি চকলেট খাই ভালপাই, তেন্তে এই খবৰটো আপোনাৰ বাবে। শেহতীয়াকৈ আমেৰিকাৰ এক অধ্যয়ন অনুসৰি সপ্তাহত পাঁচবাৰ ডাৰ্ক চকলেট খালে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।(Dark Chocolate)

Farmers Protest: কৃষক বিদ্ৰোহত উত্তপ্ত পাঞ্জাৱ-হাৰিয়ানা! আজিৰে পৰা ‘দিল্লী চলো’ অভিযান

যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰাই শম্ভূ সীমান্তত বিক্ষোভ অব্যাহত ৰাখিছে কৃষকে। কিন্তু আজি প্ৰথমবাৰলৈ হাতত লৈছে দিল্লী যাত্ৰাৰ কাৰ্যসূচী। ইফালে আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ অধিক কঠোৰ প্ৰশাসন।(Farmers Protest)

Cough: শীতকালত ঘৰতে কাহৰ সমস্যা সমাধান কৰক

শীতকালীন কাহৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে চিৰাপ খাই। সেই চিৰাপ খোৱাৰ পিছতো বহুতৰে আকৌ টোপনি আহে। কেতিয়াবা কেতিয়াবা চিৰাপ খালেও কাহৰ সমস্যা সমাধান নহয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱা উপায়ৰ জৰিয়তে এই সমস্যা সমাধান কৰিব পাৰে।(Cough)

Gunotsav: গুণোৎসৱৰ দিন ঘোষণা, গুণোৎসৱৰ বাবে মুকলি নির্দিষ্ট প’র্টেল

চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱে সামৰি ল'ব ৰাজ্যৰ ৩৫খন জিলা। প্রথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব ৰাজ্যৰ ১১খন জিলাত।(Gunotsav)

Subscribe

spot_imgspot_img