Tag: Actress Sumi Bora

Browse our exclusive articles!

Online Trading Scam: চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ…

চৰ্চালৈ আহিছে চুমিৰ এখন বিশেষ অসমীয়া ছবিৰ চুক্তি স্বাক্ষৰৰ কথা। ছবিখনৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খালিফাত। স্বাক্ষৰ কৰা ছবিখনৰ নাম ‘The Black Umbrella’। বুৰ্জ খলিফাত এক ৰাতিত ৭ লাখ টকাৰে ৰূম বুক কৰিছিল প্ৰৱঞ্চক বিশাল-চুমিয়ে ।

Online Trading Scam: গুৱাহাটীত কণ্ঠশিল্পী দীক্ষুৰ ঘৰত লুকাই আছিল চুমি আৰু তাৰ্কিক…

গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ  অভিনেত্ৰী চুমি বৰা ঘটনা সন্দৰ্ভত মুখ খুলিছে গায়ক দীক্ষুৱে। দীক্ষুৰ ঘৰত লুকাই আছিল চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা। এই কথা...

Online Trading Scam: তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা!

শীঘ্ৰেই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব পাৰে আৰক্ষীয়ে। তাৰ্কিক বৰাই উজনি অসমত কেইবাখনো চাহ বাগিচা ক্ৰয় কৰিছে বুলি খবৰ ওলাইছে। পেছাত এজন ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী

Online Trading Scam: বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই বতাহত মিলি গ’ল স্বল্পখ্যাত অভিনেত্ৰী চুমী বৰা

নিশাটোৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখা একাংশ লোকৰ দুৰ্বলতাকে অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰি ৰাজ্যত এতিয়া দুষ্ট চক্ৰই মেলি দিছে অনলাইন ট্ৰেডিঙৰ জাল(Online Trading Scam)। সেই জালত বন্দী হৈছে অসমৰ হাজাৰ হাজাৰ লোক । কম সময়তে ধনী হোৱাৰ সপোন দেখা সেইসকল লোকক সহজে আকৰ্ষিত কৰিবলৈ নামি পৰিছে আনকি ৰাজ্যৰ স্বল্পখ্যাত অভিনেত্ৰীও(Assam Actress Sumi Bora Involved in Major Online Trading Scam)।

Popular

Chutia Students Union । বিভিন্ন কাৰণত ৰাজ্যজুৰি ওলাই আহিল চুতীয়া ছাত্ৰ সন্থাৰ সদস্যসকল

অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্বশাসিত পৰিষদ (autonomous council)গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত আজি তিতাবৰ নগৰৰ মাজমজিয়াত প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই (Chutia Students Union)।

RSS chief Mohan Bhagwat। সমাজৰ সকলো বৰ্গ আৰু ব্যক্তি কুটুম্ব মিত্ৰতা হ’ব লাগিব- ডা: মোহন ভাগৱত

RSS chief Mohan Bhagwat। সমাজ সুস্থ আৰু সবল স্থিতিৰ প্রথম চৰ্তই হল সামাজিক সমৰসতা তথা সমাজৰ বিভিন্ন স্তৰৰ পৰম্পৰ সদ্ভাৱ। কিছুমান সঙ্কেট সূচক কার্য্যক্রম মাত্র কৰিলেই এই কাম সম্পন্ন নহয়। সমাজৰ সকলো বর্গ আৰু ব্যক্তি কুটুম্ব মিত্রতা হব লাগিব। এই প্রচেষ্টা আমি আটায়ে ব্যক্তিগত তথা পাৰিবাৰিক স্তৰৰ পৰা কৰিব লাগিব। পৰস্পৰ পর্ব প্রসঙ্গত সকলোৰে সহভাগিতাৰ সৈতে সম্পূর্ণ- সমাজৰ পর্ব প্রসঙ্গ হৈ পৰিব লাগে। 'সার্বজনীন ব্যবহাৰৰ ক্ষেত্রত অথবা শ্রদ্ধা স্থলীত যেনে মন্দিৰ, পানী, শ্মশান আদিত সমাজৰ সকলো বর্গকে সহভাগী হোৱাৰ বাতাবৰণৰ সৃষ্টি কৰিব লাগে। যেনেদৰে পৰিয়ালত সামর্থ্যবান জনে দূর্বল জনৰ প্রতি অধিক সুবিধা প্রদান, কেতিয়াবা কেতিয়াবা নিজক লোকচান কৰিও কৰে, তেনেদতে আপোনত্বৰ দৃষ্টিকে এনে আবশ্যকতাৰ বিবেচনা হব লাগে। এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা:মোহন ভাগৱতৰ ৷

Bomb threat on Air India flight: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ’ল দিল্লীলৈ

বোমা বিস্ফোৰণৰ ভাবুকিৰ পৰিপেক্ষিতত মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ AI119 নম্বৰৰ বিমানখনক সোমবাৰে পুৱাই দিল্লীলৈ ঘূৰাই অনা হয়(Bomb threat on Air India flight)।

Classical Language Status: অসমীয়া ভাষাক প্ৰদান কৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতিক উদযাপনৰ উদ্দেশ্যে ৰাজ্যত ভাষা গৌৰৱ সপ্তাহৰ আয়োজন

আগন্তুক ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে অসম চৰকাৰৰ উদ্যোগত উদযাপন কৰা হ'ব ভাষা গৌৰৱ সপ্তাহ(Bhasha Gaurav Saptah) ৷লগতে অসমীয়া ভাষাক সমৃদ্ধ কৰা লেখক-পণ্ডিতসকলকো জনোৱা হ’ব শ্ৰদ্ধা ৷অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ পাছতে(Classical Language Status) ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

Subscribe

spot_imgspot_img