কেতিয়াবা গাড়ীৰে, কেতিয়াবা বাইকেৰে ১০খন চহৰৰ আশে-পাশে! অমৃতপালে কেনেকৈ ৩৭ দিন আৰক্ষীক ফাঁকি দিলে
একেৰাহে ৩৭ দিন পুলিচক বোকা পানী খুৱালে অমৃতপালে। ইয়াৰ পিছতে গুৰদ্বাৰাত ভাষণ দি অমৃতপাল সিঙে নাটকীয়ভাৱে আত্মসমৰ্পণ কৰে। পঞ্জাৱ আৰক্ষীৰ তথ্য অনুসৰি অমৃতপালৰ হাতত আত্মসমৰ্পণৰ বাহিৰে আন উপায় নাছিল। চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল। কিন্তু তাৰ আগতে!-->…
Read More...
Read More...