Tag: Asom Sahitya Sabha

Browse our exclusive articles!

Asom Sahitya Sabha: ১৮ এপ্ৰিলৰ পৰা ২০ এপ্রিললৈকে ৮খন জিলাত অসম সাহিত্য সভাৰ ‘সেতুবন্ধ’ কাৰ্যসূচী

অসম সাহিত্য সভাৰ 'সেতুবন্ধ' কাৰ্যসূচী ১৮ এপ্ৰিলৰ পৰা ২০ এপ্রিল লৈকে ক্ৰমে কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বাক্সা, বৰপেটা, চিৰাং, বঙাইগাঁও আৰু ধুবুৰী জিলাত অনুষ্ঠিত হ'ব।(Asom Sahitya Sabha)

Asom Sahitya Sabha: অসম সাহিত্য সভাৰ সেতুবন্ধ অনুষ্ঠানঃ সভাক সন্মান প্ৰাপ্তিৰ অৰ্থে নহয় গৰিমামণ্ডিত কৰাৰ পণ লওকঃ ড০ বসন্ত কুমাৰ গোস্বামী

বৰডুমচা এপাহ ফুল নহয়, ই ফুলনি সদৃশ; বৰডুমচাৰ একো একোপাহি ফুলৰূপী সেৱকসকলক আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহক, আমি সেতুবন্ধৰে সভাক অতীত গৌৰৱ স্তৰলৈ পুনৰ লৈ যাওঁ।(Asom Sahitya Sabha)

Asom Sahitya Sabha: অসম সাহিত্য সভাৰ মন জুৰুৱা অনুষ্ঠান, সভাপতি-প্ৰধান সম্পাদকক বিশেষ সম্বৰ্ধনা; গুৱাহাটী কাৰ্যালয়ৰ দায়িত্ব অৰ্পণ

অকল গ্ৰন্থ প্ৰকাশেই নহয়, ডিজিটেল মাধ্যমৰ যোগেদিও শিশু-চেমনীয়াসকলক সাহিত্যমুখী(Asom Sahitya Sabha) কৰাৰ ব্যৱস্থাৰ লগতে প্ৰতিখন জিলাতেই বিজ্ঞান মেলা অনুষ্ঠান, আবৃত্তি কোষ গঠন কৰা হ'ব।

Asom Sahitya Sabha: ৯ মাৰ্চত যোৰহাটত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক অধিৱেশন

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ ন-পুৰণি যুটীয়া বৈঠক আৰু প্ৰথম কাৰ্যনিৰ্বাহক অধিৱেশন অহা ৯ মাৰ্চ ২০২৫ তাৰিখ(Asom Sahitya Sabha) দেওবাৰে দিনৰ ১০ বজাৰ পৰা যোৰহাটত অনুষ্ঠিত হ'ব।

Asom Sahitya Sabha । মঙলদৈত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ অঙ্গীকাৰ, সকলো বিবাদ-বিতৰ্কৰ অন্ত পেলাই সভাক অধিক শক্তিশালী কৰিব লাগিব

২০ জানুৱাৰী, ২০২৫ : Asom Sahitya Sabha । অসম সাহিত্য সভাক লৈ চলি সকলো বাদ-বিবাদ, বিতৰ্কৰ অন্ত পেলাই আমি সভাক অধিক শক্তিশালী কৰি তুলিব লাগিব ৷ সভাৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবেই আমি সকলো সহনশীল হ’ব লাগিব আৰু এৰা ধৰা কৰিব পাৰিব লাগিব ---এই মন্তব্য অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ । কালি সন্ধিয়া মঙলদৈস্থিত দৰং জিলা সাহিত্য সভা প্ৰকল্পত আকস্মিকভাৱে উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে কয় অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক বৰাই।

Popular

বিমানত ভৱিষ্যৎবাণী! মুখ্যমন্ত্ৰীৰ কথাই শেষত সত্য হৈ পৰিল — স্বীকাৰ কৰিলে ভূপেন বৰাই । Bhupen borah

বিমানত ভৱিষ্যৎবাণী! মুখ্যমন্ত্ৰীৰ কথাই শেষত সত্য হৈ পৰিল — স্বীকাৰ কৰিলে ভূপেন বৰাই । Bhupen borah

অখিল গগৈৰ মন্তব্যঃ ‘‘গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিক পৰাভূত কৰিব পাৰি’’ । Akil Gogoi

অখিল গগৈৰ মন্তব্যঃ ‘‘গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিক পৰাভূত কৰিব পাৰি’’ । Akil Gogoi

গোগামুখত আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসঃ উত্তৰ-পূব ভাৰতত সংযোজিত হৈছে নতুন কৃষি বিপ্লব । RCAR

গোগামুখত আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসঃ উত্তৰ-পূব ভাৰতত সংযোজিত হৈছে নতুন কৃষি বিপ্লব । RCAR

Baghjan Oil Blast: অভিশপ্ত তিনিচুকীয়াৰ বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত পঞ্চম বাৰ্ষিক ক’লা দিন পালন, ২০২০ৰ ২৭ মে’ত বাঘজান BGN-5 নং তৈল কূপত সংঘটিত...

উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ তিনিচুকীয়া জিলাৰ(Baghjan Oil Blast) বাঘজানত যোৱা ২০২০ বৰ্ষৰ ২৭ মে' তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্থিত BGN-5 নং তৈল কূপত প্ৰথমে গেছ নিৰ্গত হয় আৰু ৯ জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয়।

Subscribe

spot_imgspot_img