Tag: Asom Sahitya Sabha

Browse our exclusive articles!

Asom Sahitya Sabha: প্ৰজন্মৰ পিছত প্ৰজন্মই অসম সাহিত্য সভাৰ পূজা-সেৱা কৰিবলৈ আগবাঢ়ি আহিবঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা

প্ৰজন্মৰ পিছত প্ৰজন্মই অসম সাহিত্য সভাৰ পূজা-সেৱা কৰিবলৈ আগবাঢ়ি আহিব লাগিব।(Asom Sahitya Sabha) শৃংখলিত সমাজ নিৰ্মাণ কৰি ভৱিষ্যত প্ৰজন্মক জাতিপ্ৰেমী-ভাষাপ্ৰেমীলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব প্ৰতিজন অসমীয়াই ল'ব লাগিব।

Asom Sahitya Sabha: উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ “নিজৰ দিন” উদযাপন

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই পহিলা ব'হাগৰ দিনটোত অসম সাহিত্য সভাৰ আহ্বান মৰ্মে(Asom Sahitya Sabha) "নিজৰ দিন"ৰ কাৰ্যসূচী উদযাপন।

Asom Sahitya Sabha: ১৮ এপ্ৰিলৰ পৰা ২০ এপ্রিললৈকে ৮খন জিলাত অসম সাহিত্য সভাৰ ‘সেতুবন্ধ’ কাৰ্যসূচী

অসম সাহিত্য সভাৰ 'সেতুবন্ধ' কাৰ্যসূচী ১৮ এপ্ৰিলৰ পৰা ২০ এপ্রিল লৈকে ক্ৰমে কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বাক্সা, বৰপেটা, চিৰাং, বঙাইগাঁও আৰু ধুবুৰী জিলাত অনুষ্ঠিত হ'ব।(Asom Sahitya Sabha)

Asom Sahitya Sabha: অসম সাহিত্য সভাৰ সেতুবন্ধ অনুষ্ঠানঃ সভাক সন্মান প্ৰাপ্তিৰ অৰ্থে নহয় গৰিমামণ্ডিত কৰাৰ পণ লওকঃ ড০ বসন্ত কুমাৰ গোস্বামী

বৰডুমচা এপাহ ফুল নহয়, ই ফুলনি সদৃশ; বৰডুমচাৰ একো একোপাহি ফুলৰূপী সেৱকসকলক আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহক, আমি সেতুবন্ধৰে সভাক অতীত গৌৰৱ স্তৰলৈ পুনৰ লৈ যাওঁ।(Asom Sahitya Sabha)

Asom Sahitya Sabha: অসম সাহিত্য সভাৰ মন জুৰুৱা অনুষ্ঠান, সভাপতি-প্ৰধান সম্পাদকক বিশেষ সম্বৰ্ধনা; গুৱাহাটী কাৰ্যালয়ৰ দায়িত্ব অৰ্পণ

অকল গ্ৰন্থ প্ৰকাশেই নহয়, ডিজিটেল মাধ্যমৰ যোগেদিও শিশু-চেমনীয়াসকলক সাহিত্যমুখী(Asom Sahitya Sabha) কৰাৰ ব্যৱস্থাৰ লগতে প্ৰতিখন জিলাতেই বিজ্ঞান মেলা অনুষ্ঠান, আবৃত্তি কোষ গঠন কৰা হ'ব।

Popular

ওদালগুৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ চিকিৎসালয়খনৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰে নিৰ্দেশ । Ashok Singhal

ওদালগুৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ চিকিৎসালয়খনৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰে নিৰ্দেশ । Ashok Singhal

Himanta Biswa Sarma: USTMৰ আচাৰ্য মহবুবুল হকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

উচ্ছেদিত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক (Himanta Biswa Sarma) পঢ়োৱাৰ দায়িত্ব ল'ম বুলি কোৱা USTMৰ আচাৰ্য মহবুবুল হকৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Anil Ambani: উদ্যোগপতি অনিল আম্বানীৰ প্ৰতিষ্ঠানত EDৰ অভিযান। ৫০টা কাৰ্যালয় আৰু ৫০ জন লোকৰ ওপৰত তদন্ত

উদ্যোগপতি অনিল আম্বানীৰ প্ৰতিষ্ঠানত EDৰ অভিযান। (Anil Ambani) বেংকৰ ঋণ জালিয়াতিৰ গোচৰত তালাচী EDৰ। মুম্বাই আৰু দিল্লীস্থিত ৰিলায়েন্সৰ প্ৰায় ৫০টা কাৰ্যালয়ত তালাচী।

Himanta Biswa Sarma: জাপানী ভাষা প্ৰশিক্ষণৰ জৰিয়তে জাপানত নিযুক্তিৰ দুৱাৰ মুকলি হ’ব অসমৰ যুৱ প্ৰজন্মৰ

Himanta Biswa Sarma: জাপানী ভাষা প্ৰশিক্ষণৰ জৰিয়তে জাপানত নিযুক্তিৰ দুৱাৰ মুকলি হ’ব অসমৰ যুৱ প্ৰজন্মৰ

Subscribe

spot_imgspot_img