Breaking

Browsing Tag

BJP

বিজেপিক সমৰ্থন জনোৱাৰ চৰ্তঃ জেডিইউ-এ বিচাৰিছে ৰে’লৱে, বিত্ত, কৃষি মন্ত্ৰালয়ঃ সূত্ৰৰ খবৰ…

কেন্দ্ৰত এইবেলি অকলে চৰকাৰ গঢ়িব পৰাকৈ বিজেপিৰ হাতত নাই প্ৰয়োজনীয় আসন। সেয়ে দলটোৱে আন দলৰ ওচৰ চাপিবলগীয়া হৈছে। বুধবাৰে এনডিএ মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোৱা বৈঠকৰ পিছত বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যে জেডিইউৱে
Read More...

বিজেপি ‘বনিয়া-ব্ৰাহ্মণ’ৰ দল নহয়, দক্ষিণতো বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবঃ…

ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ দক্ষিণ ভাৰতত নিজৰ পদচিহ্ন সম্প্ৰসাৰিত কৰাৰ বিষয়ে আত্মবিশ্বাসী হৈ পৰিছে। তামিলনাডু, কেৰালা, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, পুডুচেৰী আৰু কৰ্ণাটককে ধৰি দক্ষিণৰ মুখ্য ৰাজ্যসমূহত ইতিমধ্যে লোকসভা নিৰ্বাচনৰ প্ৰথম চাৰিটা
Read More...

নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…

কংগ্ৰেছ নেতা তথা দিল্লী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰবিন্দৰ সিং লাভলীৰ বিজেপিত যোগদান।কিছুদিন পূৰ্বে সভাপতিৰ পদ এৰিছিল নেতাগৰাকীয়ে। দলৰ প্ৰাৰ্থী তালিকাক লৈ মতবিৰোধৰ পাছতে কৰিছিল পদত্যাগ।
Read More...

ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে…

ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে।খেলিৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগৰ বাবেই এইবেলি লোকসভা নিৰ্বাচনৰ টিকট নাপালে ব্ৰিজ ভূষণ শৰণ সিঙে। ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ
Read More...

ধৰ্মৰ ভিত্তিত সংৰক্ষণত বিজেপিয়ে বিশ্বাস নকৰেঃ অমিত শ্বাহ….

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল ধৰ্মৰ ভিত্তিত সংৰক্ষণত বিজেপিয়ে বিশ্বাস নকৰেঃ অমিত শ্বাহঅসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সোমবাৰে বিশাল ৰোড শ্ব’ৰ পিছত গুৱাহাটীতে নিশাটো কটায় অমিত
Read More...

বিজেপি ST, SC, OBCৰ সমর্থকঃ অমিত শ্বাহ

নিৰ্বাচনী প্ৰচাৰৰ চলাবলৈ সোমবাৰে অসমত উপস্থিত হয় দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। আজি গুৱাহাটীৰ বাজপেয়ী ভৱনত অমিত শ্বাহে সম্বোধন কৰে সংবাদমেল। সংবাদমেলত অমিত শ্বাহে কয় যে দুটা পৰ্যায়ৰ নিৰ্বাচনত দেশত ১০০তকৈ বেছি আসন পাম। আনহাতে
Read More...

সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ…

সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে।হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন মুলক কামত ধৰ্মীয় সংখ্যালঘু লোক আকৃষ্ট হৈছে ।আজি নলবাৰীত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সংখ্যালঘু তুষ্টিকৰণৰ চৰ্চা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল
Read More...

ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান…

জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া। ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ কংগ্ৰেছ ত্যাগ।
Read More...

কংগ্ৰেছে কৰা পাপৰ ফল আজি কংগ্ৰেছীয়ে ভুগিছেঃ দিলীপ শইকীয়াই

নামখলাত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ তুংগত৷ আধাঘণ্টা পিচতেই বি পি এফৰ নিৰ্বাচনী সভা নামখলাত। বি জে পি নিৰ্বাচনী সভাত বিপিএফ আৰু কংগ্ৰেছ প্ৰাৰ্থীক সমালোচনা দিলীপ শইকীয়াৰ।
Read More...

লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে বিজেপিৰ সংকল্প পত্ৰৰ উন্মোচন ! বৃদ্ধসকলেও পাব আয়ুষ্মান ভাৰত আঁচনিৰ…

প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি, বৃদ্ধসকলেও পাব আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ বছৰৰ ওপৰৰ বৃদ্ধসকলক আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা প্ৰদানৰ বাবে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে। দেওবাৰে ভাৰতীয় জনতা
Read More...