Breaking

Browsing Tag

Covid-19 Cases

পুনৰ দেশত ক’ভিড-১৯ৰ নতুন ভেৰিয়েণ্ট JN1ৰ আতংক ! দেশত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি…

পুনৰ দেশত ক'ভিড-১৯ৰ নতুন ভেৰিয়েণ্ট JN1ৰ আতংক। কেৰালাত বুধবাৰে ৩০০টাকৈ ক'ভিডৰ নতুন ঘটনা, মৃত্যু ৩জনৰ । দেশত মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ২৬৬৯লৈ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য।
Read More...

দেশত বৃদ্ধি পাইছে কৰ’না, এদিনত পাঁচজন লোকৰ মৃত্যু! বিশ্ব স্বাস্থ্য সংস্থাইও জাৰি কৰিছে সতৰ্কবাণী

যোৱা ২৪ ঘন্টাত দেশত ৩৩৫ জন নতুনকৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ৫জন লোকৰ মৃত্যু। বৰ্তমান সমগ্ৰ দেশতে কৰ’না ৰোগীৰ সংখ্যা ১৭০১ জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি দেওবাৰে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৫ জন লোকৰ ভিতৰত
Read More...