Tag: Deepika Padukone

Browse our exclusive articles!

Sanjay Dutt: অভিনেত্ৰী দীপিকা পাডুকনক চতুৰ্থ পত্নী কৰিব বিচাৰিছিল সঞ্জয় দত্তই!

'দীপিকা মোৰ চতুৰ্থ পত্নী হ'ব পাৰিলেহেঁতেন'। দীপিকা পাডুকনক লৈ বিতৰ্কিত মন্তব্য সঞ্জয় দত্ত।(Sanjay Dutt)সম্প্ৰতি তৃতীয় পত্নী মন্যতা দত্তৰ সৈতে বাস কৰি আছে অভিনেতাগৰাকী।

Deepika Padukone: ৩৯ বছৰীয়া হ’ল অভিনেত্ৰী দীপিকা পাডুকন, দীপিকা অভিনীত ৬ খন ছবি; যি কেইখন বাৰে বাৰে চালেও হেঁপাহ নপলাই

দীপিকাই প্ৰথমখন হিন্দী ছবিৰে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছিল।(Deepika Padukone)যোৱা বছৰ মাতৃ হোৱাৰ পিছত ২০২৫ চনৰ ৫ জানুৱাৰীত দীপিকাই ৩৯ সংখ্যক জন্মদিন পালন কৰিছে।

Ranveer Singh Mom Donated Hair: নাতিনীয়েক দুৱাৰ তিনিমাহ সম্পূৰ্ণ, আইতাকে দান কৰিলে চুলি!

ৰণবীৰ সিঙৰ মাতৃ অঞ্জু ভৱননীয়ে তেওঁৰ চুলি দান কৰিছে, নাতিনীয়েক দুৱাই তিনিমাহ সম্পূৰ্ণ কৰাৰ পিছত এই সিদ্ধান্ত ল’লে আইতাকে।(Ranveer Singh Mom Donated Hair) 

IMDB 2024: ২০২৪ চনৰ আটাইতকৈ জনপ্ৰিয় তাৰকা হিচাপে পৰিগণিত এইগৰাকী অভিনেত্ৰী

এইগৰাকী সৌন্দৰ্য্যই ২০২৪ চনৰ আটাইতকৈ জনপ্ৰিয় তাৰকা হিচাপে পৰিগণিত হ’ল, ঐশ্বৰ্য-শ্বাহৰুখ-দীপিকাক পিছ পেলালে,IMDB ৰ সম্পূৰ্ণ তালিকা প্ৰকাশ।(IMDB 2024)

Deepika-Ranveer Wedding Anniversary: প্ৰতিটো দিনেই পত্নীক প্ৰশংসা কৰাৰ দিন, কিন্তু আজি এটা বিশেষ দিন, বিবাহৰ ৬ বছৰ সম্পূৰ্ণ দীপিকা-ৰণবীৰৰ

আজি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিবাহৰ ৬ বছৰ হ'ল। এই বিশেষ দিনটোত ৰণবীৰে দীপিকাৰ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত কিছুমান অতি বিশেষ মুহূৰ্তৰ ফটো-ভিডিঅ’ শ্বেয়াৰ কৰিছে।(Deepika-Ranveer Wedding Anniversary)

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img