Tag: DELHI

Browse our exclusive articles!

Delhi Diwali Pollution: প্ৰদূষণ! ওৰে নিশা ফটকা-আতচবাজীৰ শব্দ, উশাহ-নিশাহত কষ্ট দিল্লীবাসীৰ

দিল্লী-এনচিআৰত গোটেই নিশাটো আতচবাজীৰ শব্দ। আনকি পুৱাৰ ভাগত উশাহ-নিশাহ লোৱাৰ কষ্টকৰ হৈ পৰে জনসাধাৰণৰ।(Delhi Diwali Pollution)

Singer Bornali Kalita: কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

দিল্লীৰ Integrated Global University য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে কণ্ঠশিল্পী বৰ্ণালী কলিতাক।(Singer Barnali Kalita)

Playing Lord Ram In Ramlila Dies: ৰামলীলাত ৰামৰ ভাও দিবলৈ গৈ মৃত্যুক সাৱতিলে সুশীল কৌশিকে

নৱৰাত্ৰি উপলক্ষে দিল্লীৰ ছাহদৰা অঞ্চলত আয়োজন কৰা ৰামলীলাৰ মাজতে অঘটন। ৰামলীলাত ৰামৰ ভাও দিবলৈ গৈ মৃত্যুক সাৱতিলে সুনীল কৌশিকে। অভিনয়ৰ সময়ত হৃদক্ৰিয়া বন্ধ হৈ ৰামলীলাৰ মঞ্চতে ঢলি পৰি মৃত্যুমুখত পৰে সুনীল।(Playing Lord Ram In Ramlila Dies)

Six Tribal Unity Forum: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত নতুন দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ। আলোচনা চলি আহিছিল যদিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক মাহী আইৰ চকুৰে চোৱা পৰিলক্ষিত হৈছে।(Six Tribal Unity Forum)

Delhi New CM Atishi Marlena:আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব আতিশী মাৰ্লেনাই। আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী

আজি বিয়লি ৪:৩০ বজাত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আতিশী মাৰ্লেনাই। ১৭ ছেপ্টেম্বৰত কেজৰিৱালৰ উত্তৰাধিকাৰী হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছিল কলকাজী সমষ্টিক প্ৰতিনিধিত্ব কৰা আতিশী।(Delhi New CM Atishi Marlena)

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img