Breaking

Browsing Tag

DELHI

দিল্লীত কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত সৰ্বান সিং পান্ধেৰৰ ডাঙৰ বক্তব্য…

দিল্লী কৃষকৰ প্ৰতিবাদঃ পঞ্জাৱ কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ সাধাৰণ সম্পাদক সৰৱান সিং পাণ্ডেৰে কেন্দ্ৰীয় চৰকাৰৰ সন্দৰ্ভত কয় যে যিদৰে আপুনি দাবী কৰে যে ভৱিষ্যতেও আপোনাৰ চৰকাৰ আহিব, যদিহে মোডী চৰকাৰৰ উদ্দেশ্য স্পষ্ট হয়,
Read More...

দিল্লী চৰকাৰলৈ সুৰেন্দ্ৰ সিঙৰ আবেদন ! দাবী মানি ল’বলৈ অহৰহ কাতৰ অনুৰোধ…

দিল্লী গ্ৰাম্য কৃষকসকলে আপ চৰকাৰক তেওঁলোকৰ দাবী মানি ল’বলৈ অহৰহ কাতৰ অনুৰোধ জনাইছে যদিও এতিয়ালৈকে তেওঁলোকৰ মাত চৰকাৰৰ কাণত পোৱা নাই। অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পাল ৩৬০ খাপৰ প্ৰতিনিধি দলৰ সৈতে হোৱা বৈঠকত শীঘ্ৰে বিধানসভাৰ
Read More...

অপাৰেছন লোটাছঃ দিল্লী বিধানসভাত আস্থা ভোটৰ প্ৰস্তাৱ উত্থাপন কৰিলে কেজৰিৱালে, আজি আলোচনা

দিল্লীত বিজেপিয়ে অপাৰেছন লোটাছ চলাব বিচাৰিছে। এই অভিযোগ ৰাজ্য খনৰ শাসনত থকা দল আপৰ। এনে অভিযোগৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে বিধানসভাত আস্থা ভোটৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ হঠাতে কিয় এনে প্ৰস্তাৱ উত্থাপন
Read More...

দিল্লীৰ আলিপুৰৰ অগ্নিকাণ্ডত মৃতকৰ পৰিয়াললৈ ১০ লাখ, গুৰুতৰভাৱে আহতসকললৈ ২ লাখ, সামান্য আঘাতপ্ৰাপ্তলৈ…

দিল্লীৰ আলিপুৰৰ অগ্নিকাণ্ডত মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ঘোষণা। গুৰুতৰভাৱে আহতসকললৈ ২ লাখ টকাকৈ, সামান্য আঘাতপ্ৰাপ্তলৈ ২০ হাজাৰ টকাকৈ ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ। অগ্নিকাণ্ড সংঘটিত হোৱা ঠাই পৰিদৰ্শন কৰি এই সাহায্য ঘোষণা
Read More...

আজিৰে পৰা কৃষক সংগঠনৰ দিল্লী চল’ কাৰ্যসূচী, ২০০ৰো অধিক কৃষক সংঘই কৰিব যোগদান…

আজিৰে পৰা কৃষক সংগঠনৰ দিল্লী চল' কাৰ্যসূচী। দিল্লী চল' প্ৰতিবাদত ২০০ৰো অধিক কৃষক সংঘই যোগদান কৰাৰ লগে লগে ২০২০ চনৰ দৰে তেওঁলোকক দিল্লীত উপস্থিত হ’ব নিদিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলে ৰাজপথলৈ ওলাই
Read More...

১৩ ফেব্ৰুৱাৰীত কৃষক বিদ্ৰোহে কঁপাব দিল্লী, গঢ়ি তোলা হৈছে ব্যাপক নিৰাপত্তা বেষ্টনী…

দিল্লী আকৌ কঁপিব কৃষকৰ হংকাৰত। হাৰিয়ানাৰ কৃষক সংগঠনসমূহে ১৩ ফেব্ৰুৱাৰীত 'দিল্লী চলো'ৰ আহ্বান জনাইছে। কৃষক বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত মনোহৰ লাল খট্টৰ চৰকাৰে শনিবাৰে হাৰিয়ানাৰ বহু জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে। ফলত বাল্ক এছএমএছ বা সকলো
Read More...

হাৰিয়ানাত ইণ্টাৰনেট সেৱা কৰ্তন, ১৩ ফেব্ৰুৱাৰীত দিল্লী উত্তাল কৰাৰ হুংকাৰ পঞ্জাব-হাৰিয়ানাৰ…

হাৰিয়ানাত ইণ্টাৰনেট সেৱা কৰ্তন। ১৩ ফেব্ৰুৱাৰীলৈ ৰাজ্যখনত বন্ধ থাকিব ইণ্টাৰনেট। কৃষক আন্দোলনক ৰুধিবলৈ তৎপৰতা চৰকাৰৰ। ১৩ ফেব্ৰুৱাৰীত দিল্লী উত্তাল কৰাৰ হুংকাৰ পঞ্জাব-হাৰিয়ানাৰ কৃষকৰ। কৃষকসকলে আম্বালা-শম্ভু, খানৌৰী-জিন্দ আৰু ডাবৱালী
Read More...

কৃষকৰ প্ৰতিবাদত নয়ডা, দিল্লীত জনজীৱন ব্যাহত, তীব্ৰ যানজঁট…

দেশৰ বহু কৃষকে তেওঁলোকৰ ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ হিচাপে চৰকাৰৰ পৰা আন মাটি বিচাৰি বুধবাৰৰৰ পৰাই নয়ডা আৰু গ্ৰেটাৰ নয়ডাত 'কিষাণ মহাপঞ্চায়ত' অনুষ্ঠিত কৰিছে। ফলত তীব্ৰ যানজঁটে দেখা দিছে দিল্লীত। আজিও কৃষকসকলে তেওঁলোকৰ আন্দোলন তীব্ৰতৰ কৰি
Read More...

নতুন দিল্লী সম্পন্ন হ’ল ড’নাৰ-ৰ উদ্যোগত আয়োজিত উত্তৰ -পূব সন্মিলন…

নতুন দিল্লীৰ ‘ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ’ত ‘উত্তৰ-পূব সন্মিলন’ অনুষ্ঠিত হয়। অনুষ্ঠানটোত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ বিভাগ, সংস্কৃতি তথা পৰ্যটন উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় ‘ধৰিত্ৰী বিজ্ঞান’ দপ্তৰৰ মন্ত্ৰী
Read More...