Tag: Dibrugarh

Browse our exclusive articles!

Dibrugarh । ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত পৌৰনিগম আৰু যানবাহন আৰক্ষীৰ বৃহত অভিযান

Dibrugarh । ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত পৌৰনিগম আৰু যানবাহন আৰক্ষীৰ বৃহত অভিযান

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।

Dibrugarh:ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ কোটোহা ন-গাৱঁৰ নিতুমনি কোঁৱৰ নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ কৰুণ কাহিনী

Dibrugarh:ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ কোটোহা ন-গাৱঁৰ নিতুমনি কোঁৱৰ নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ কৰুণ কাহিনী

AGP foundation day অক্টোবৰত ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

AGP foundation day ১৪ অক্টোবৰত ।Dibrugarh ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।অসমৰ আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে ১৪ অক্টোবৰত ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। ডিব্ৰুগড় জিলাৰ Jerai জেৰাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠানটি অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব।

Jinki Mili Online Trading:ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি

Online Trading:জিংকিয়ে ক’লে, “চুমী-বিশালৰ ট্ৰেডিং কেলেংকাৰীত মই জড়িত নহয়। সেইকাৰণে নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি হাজিৰ হৈছিলোঁ। আজি মোৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিলো। যিমানখিনি সহযোগিতা মোৰ ফালৰ পৰা লাগে মই কৰিম।”

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img