Tag: ENTERTAINMENT NEWS

Browse our exclusive articles!

Shah Rukh Khan: ধূমপান ত্যাগ কৰিলে শ্বাহৰুখ খানে, জন্মদিনৰ দিনাই এই কথা প্ৰকাশ কৰে বলীউড ছুপাৰষ্টাৰগৰাকীয়ে

ধূমপান ত্যাগ কৰিছে শ্বাহৰুখ খানে। জন্মদিনৰ দিনাই এই কথা প্ৰকাশ কৰে বলীউড ছুপাৰষ্টাৰগৰাকীয়ে। ২ নৱেম্বৰত ৫৯ বছৰ বয়সত ভৰি দিলে কিং খানে। (Shah Rukh Khan)

Deepika Padukone Daughter Photo:দোৱা পাডুকন সিঙৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰিলে দীপিকা-ৰণবীৰে

দীপাৱলী উপলক্ষে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে কন্যাৰ প্ৰথমখন ছবি শ্বেয়াৰ কৰিলে। কন্যাৰ ছবি শ্বেয়াৰ কৰাৰ সময়তে দম্পতীহালে কন্যাৰ নামো প্ৰকাশ কৰিলে।(Deepika Padukone Daughter Photo)

Arjun Kapoor: প্ৰথমবাৰৰ বাবে বিচ্ছেদৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ অৰ্জুন কাপুৰৰ, ক’লে – আই এম চিংগল

অৰ্জুন কাপুৰে কয় যে তেওঁ এতিয়া চিংগল। কিছুদিনৰ পৰা উৰাবাতৰি ওলাই আছিল যে মালাইকা অৰোৰাৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছেদ হৈছে। (Arjun Kapoor)

Shah Rukh Khan: শ্বাহৰুখৰ অসংখ্য ভুলৰ ক্ষমা গৌৰীৰ! ৩৩ বছৰে কিদৰে সংসাৰ চলাই নিছে গৌৰীয়ে

শ্বাহৰুখৰ ক'লে “গৌৰী ইমান ভাল মাতৃ হ’ব বুলি মই কেতিয়াও ভবা নাছিলো। ল’ৰা-ছোৱালীৰ লগত সহজে মিলি নাযায় গৌৰী।”(Shah Rukh Khan)

Salman Khan: মৃত্যুৰ ভাবুকি, কিন্তু ছলমানে লৈছে ৰিস্ক! ‘সিংহাম আয়েন’ৰ শ্বুটিং ক’ত কৰিব ভাইজানে

নিজৰ জীৱনলৈ ভয় কৰিলেও তেওঁ নিজৰ কথা ভংগ কৰিবলৈ ইচ্ছুক নহয়। গতিকে তেওঁ ৰোহিত শ্বেট্টীৰ ছবি ‘সিংহাম আগান’ত অভিনয় কৰিবই।(Salman Khan)

Popular

শিল্পী সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ পৰ্টেল উন্মোচন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ ।

শিল্পী সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ পৰ্টেল উন্মোচন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ ।

Zubeen Garg Death case: CJM আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন

Zubeen Garg Death case: CJM আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন

Zubeen Garg: ৰাজ্যসভাৰ সদনত জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াৰ দাবী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

Zubeen Garg: ৰাজ্যসভাৰ সদনত জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াৰ দাবী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

Mexico Plane Crash: পুনৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা

Mexico Plane Crash: পুনৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। মাজ আকাশতে হাহাকাৰ পৰিস্থিতি।

Subscribe

spot_imgspot_img