Tag: ENTERTAINMENT NEWS

Browse our exclusive articles!

Dhadak 2: Saiyaaraৰ পিছত আহিল Dhadak 2, ধড়ক ২ উপভোগ কৰি কান্দোনত ভাঙি পৰিল ছবি নিমাৰ্তা!

ছবিগৃহত যেতিয়া ‘চাইয়াৰা’ (Dhadak 2) মুক্তি পাইছিল তেতিয়া ছ’চিয়েল মিডিয়াত বানপানীৰ সৃষ্টি হৈছিল য’ত মানুহক ছবিখন উপভোগ কৰি কান্দি থকা দেখা গৈছিল।

Sunjay Kapur: কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সুঞ্জয় কাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া পলম হ’ব, পোহৰলৈ আহিছে ইয়াৰ কাৰণ !

ভাৰতীয় সুপৰিচিত উদ্যোগপতি তথা অভিনেত্ৰী(Sunjay Kapur) কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সুঞ্জয় কাপুৰৰ ৫৩ বছৰ বয়সত দেহাৱসান ঘটে।

Alia Bhatt: আজি বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ জন্মদিন

বলীউডৰ অন্যতম সফল অভিনেত্ৰীৰ ভিতৰত আলিয়া ভাট অন্যতম। শ্বাহৰুখ খান, অমিতাভ বচ্চনকে ধৰি বহু ডাঙৰ অভিনেতাৰ সৈতে অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে।(Alia Bhatt)

IIFA Digital Awards 2025: শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী সন্মান লাভ কৃতি চেনন-বিক্ৰান্ত মেছিৰ, জানক কোনে কোনে লাভ কৰিলে শ্ৰেষ্ঠ ছবি-ৱেব ছিৰিজৰ খিতাপ

আই আই এফ এ ডিজিটেল বঁটা ২০২৫ জয়পুৰত অনুষ্ঠিত হয়, য’ত ‘অমৰ সিং চামকিলা’ই শ্ৰেষ্ঠ ছবি আৰু ‘পঞ্চায়ত ৩’ই শ্ৰেষ্ঠ ৱেব ছিৰিজৰ বঁটা লাভ কৰে। (IIFA Digital Awards 2025)কৃতি ছানন (ডো পট্টি) আৰু বিক্ৰান্ত মেছিয়ে (ছেক্টৰ ৩৬) লাভ কৰে শ্ৰেষ্ঠ অভিনয়ৰ বঁটা।

Priyanka Chopra: পিতৃৰ মৃত্যুৰ মাত্ৰ ৬ দিনৰ পিছত প্ৰিয়ংকাই মাকৰ বাবে আয়োজন কৰিছিল পাৰ্টিৰ, আত্মীয়ই কৰিছিল ঠাট্টা-মস্কৰা !

দেউতাকৰ মৃত্যুৰ মাত্ৰ ৬ দিনৰ পিছত প্ৰিয়ংকাই মাকৰ বাবে পাৰ্টিৰ আয়োজন কৰিছিল, তাত নাচ-গান বহুত হৈছিল, আত্মীয়ই তাইক ঠাট্টা-মস্কৰা কৰিছিল। (Priyanka Chopra)

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img