Breaking

Browsing Tag

Gauahar Khan

১০ দিনত ১০ কেজি ওজন কমোৱাতো সম্ভৱ নে? অসম্ভৱকো সম্ভৱ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে…

১০ দিনত ১০ কেজি ওজন কমোৱাতো সম্ভৱ নে? অসম্ভৱকো সম্ভৱ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে। দুমাহ পূৰ্বে বিখ্যাত অভিনেত্ৰী গৌহাৰ খানে জন্ম দিয়ে এটি পুত্ৰ সন্তান। শিশু প্ৰসৱৰ দুমাহৰ পিছতে ওজন কমোৱা কথা কৈ অভিনেত্ৰীগৰাকীয়ে ক'লে যে মই ১০ দিনত ১০ কিলো
Read More...

ৰোজাৰ সন্দৰ্ভত জাষ্টিন-হেলী বেবাৰৰ বিতৰ্কিত মন্তব্য! অভিনেত্ৰী গৌহৰ খানে খঙতে দম্পতীহালক ক’লে…

জাষ্টিন-হেলী বেবাৰে ৰমজানত ‘ৰোজা’ ৰখাৰ সন্দৰ্ভত বিতৰ্কিত বক্তব্য দিলে, গৌহৰ খানে খং কৰি দম্পতীহালক ‘মূৰ্খ’ বুলি অভিহিত কৰে। শেহতীয়াকৈ হলিউডৰ দম্পতী জাষ্টিন বিবাৰ আৰু হাইলী বিবাৰে ৰমজানত উপবাসৰ ধাৰণা সন্দৰ্ভত এক বিবৃতি দিছিল, যাৰ ওপৰত গৌহৰ
Read More...