Breaking

Browsing Tag

HIMANTA BISWA SARMA

অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী

অসমৰ ১ লাখ জনসাধাৰণক পৱিত্ৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে অযোধ্যালৈ লৈ যাম৷ চৰকাৰী খৰচত লৈ যাব অসমৰ ১ লাখ মানুহক ৰাম মন্দিৰ দেখুৱাবলৈ। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
Read More...

৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ৰাজ্যজুৰি অব্যাহত আছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। শনিবাৰে ৰাজ্যজুৰি বিজেপিয়ে অনুষ্ঠিত কৰে বিজয় সংকল্প সমাবেশ। গুৱাহাটীৰ চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে অংশগ্ৰহণ কৰে নিৰ্বাচনী প্ৰচাৰ
Read More...

মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..

তুংগত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ বিজয় সংকল্প সমাৰোহ এখনৰ পাছত আন এখন জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ
Read More...

টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…

টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয়ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপচিকিৎসক নিয়োগৰ দাবী ৰাজ্যত স্বাস্থ্য সেৱাৰ নামত চলিছে চৰম অৰাজকতা, ঠায়ে-ঠায়ে আটকধুনীয়াকৈ চৰকাৰে কৌটি কৌটি টকা খৰচ কৰি স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰিছে
Read More...

কৰ্ণাটকত কংগ্ৰেছৰ ক্ষতি কৰিছে ডি কে শিৱকুমাৰ বা সিদ্ধাৰামাইয়াইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দাবী কৰে যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া বা উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে লোকসভা নিৰ্বাচনত কংগ্ৰেছক ধ্বংস কৰিছে, যাৰ ফলত কংগ্ৰেছ দলৰ পৰাজয় হ'ব। শৰ্মাই কয় যে এই নেতাসকলে এনে বিষয়বোৰ
Read More...

২০২৬ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ’বঃ মন্ত্ৰী…

২০২৬ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ'বঃ মন্ত্ৰী পীযুষ হাজৰীকা ।কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিশেষকৈ সংখ্যালঘু মানুহক ভয় খুৱায়। তেওঁলোকে ভয় খুৱায় যে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি দিব।- এই মন্তব্য
Read More...

বৰপেটা সত্ৰত আজি দৈৱজ্ঞই পাঠ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ষফল…

২০২৬ৰ ১৭ নৱেম্বৰলৈ শুভ দশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২০২১ৰ ১০ মে'ত শপত গ্ৰহণৰ ক্ষণ গণনা অনুসৰি এই বৰ্ষফল গণনা।
Read More...

সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী…

আজি পহিলা ব'হাগ। আজি মানুহ বিহু। ৰাজ্যজুৰি ৰঙালী বিহুৰ পাৰভঙা উছাহ। অসমবাসীক সামাজিক মাধ্যমযোগে ৰঙালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমবাসীক সামাজিক মাধ্যমযোগে ৰঙালী বিহুৰ
Read More...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি বিতৰ্কলৈ প্ৰত‍্যাহ্বান ভূপেন বৰা…

"অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে তেন্তে ১৯ এপ্ৰিলৰ আগতে অসমৰ যিকোনো ঠাইত মোৰ সৈতে মুকলি বিতৰ্কত বহক আৰু মুখ‍্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই ১৪ খন আসনতে জিকিম বুলি দম্ভালি মাৰি এতিয়া ভয়তে অৰুণোদয় আঁচনিৰ দুইনম্বৰী নকল ফ্ৰম
Read More...

বোকাখাত বিধান সভা সমষ্টিৰ বিহৰাত প্ৰাৰ্থী অবিহনেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী…

কাজিৰঙা লোক সভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ আজি বোকাখাত বিধানসভা সমষ্টিৰ বিহৰাৰ এয়াৰ ফিল্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত উপস্থিত কি নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷কিছু কাৰিকৰী
Read More...