Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
HIMANTA BISWA SARMA
Search
Browse our exclusive articles!
Assam Budget Session । ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বাজেট অধিবেশন, অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভনি হ’ব কোকৰাঝাৰত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 16, 2025
গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৫: Assam Budget Session। অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। উল্লেখযোগ্য বাজেট অধিৱেশন এইবাৰ মুকলি কৰা হব বিধানসভাৰ বাহিৰত । বিধানসভা সচিবালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটো কোকৰাঝাৰৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বিধানসভাত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে দিছপুৰৰ নিয়মীয়া ৰাজ্যিক বিধানসভা চেম্বাৰত অনুষ্ঠিত হ’ব অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী। অসমৰ বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ কোনো স্থানত বাজেট অধিৱেশন আৰম্ভ কৰা হ’ব। ভাৰতীয় সংবিধানৰ ১৭৪(১) অনুচ্ছেদ, বৰ্তমানলৈকে সংশোধিত ক্ষমতাৰ অধীনত এই অধিৱেশন আহ্বান কৰা হৈছে।
Bimal Bora । শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ কাৰ্যসূচী পৰিদৰ্শন সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 10, 2025
Bimal Bora । শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ কাৰ্যসূচী পৰিদৰ্শন সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ
Himanta Biswa Sarma। মঙলদৈত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 8, 2025
Himanta Biswa Sarma। মঙলদৈত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Journalist । ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 4, 2025
Journalist । দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰাই কাল হ'ল এজন যুৱ সাংবাদিকৰ বাবে। ১২০ কোটিৰ "দুৰ্নীতি" ফাদিল কৰাৰ পাছতেই উদ্ধাৰ হ'ল বাতৰি প্ৰকাশ কৰা সাংবাদিকৰ নিথৰ দেহ। ঘটনা ছত্তিছগড়ৰ। মুকেশ চন্দ্ৰকাৰ (২৮) নাম সাংবাদিকজনে কোটিটকীয়া পথ প্ৰকল্পৰ দুৰ্নীতিৰ বিষয়ে কেইবাটাও বাতৰি প্ৰকাশ কৰিছিল। এই প্ৰকল্পত দুৰ্নীতি কেনেকৈ হৈছে, দুৰ্নীতিৰ মুৰব্বী কোন আদিকে ধৰি ইটোৰ পিছত সিটো তথ্য জনসাধাৰণৰ মাজলৈ লৈ আনিছিল সাংবাদিক মুকেশে। এই দুৰ্নীতিৰ তালিকাত নাম সাঙোৰ খাইছিল ঠিকাদাৰ সুৰেশ চন্দ্ৰশেখৰৰ।
Shivanand-Kakati । “কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে”- শিৱানন্দ কাকতি
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 1, 2025
Shivanand-Kakati । "কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে"- শিৱানন্দ কাকতি
1
...
31
32
33
...
459
Page 32 of 459
Popular
MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম
দৈনন্দিন বাৰ্তা
-
December 19, 2025
Baby winter tips: শীতকালত শিশুক সপ্তাহত কেইবাৰ গা ধুৱাব লাগে ?
মুখ্য-পৃষ্ঠা
December 19, 2025
Baby winter tips: শীতকালত শিশুক সপ্তাহত কেইবাৰ গা ধুৱাব লাগে ? সামান্য অৱহেলাৰ বাবেও শিশু চৰ্দি, কাহ বা ছালৰ লগত জড়িত সমস্যাত ভুগিব পাৰে।
প্ৰকৃতি সুৰক্ষাৰ বাণী বিলাই দৰঙৰ গৌৰীৰ গৃহাভিমুখী যাত্ৰা
মুখ্য-পৃষ্ঠা
December 19, 2025
প্ৰকৃতি সুৰক্ষাৰ বাণী বিলাই দৰঙৰ গৌৰীৰ গৃহাভিমুখী যাত্ৰা
Steffi Gogoi: আমেৰিকাত উজলিল অসমৰ জীয়ৰী ষ্টেফী গগৈ
মুখ্য-পৃষ্ঠা
December 19, 2025
Steffi Gogoi: আমেৰিকাত উজলিল অসমৰ জীয়ৰী ষ্টেফী গগৈ। টিংখাঙৰ ষ্টেফী গগৈয়ে ‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন কৰে।
Massive Protests In Bangladesh: ক্ষোভৰ জুইত জ্বলিছে বাংলাদেশঃ ভাৰতৰ বিৰুদ্ধে শ্লোগান বাংলাদেশীৰ
মুখ্য-পৃষ্ঠা
December 19, 2025
Massive Protests In Bangladesh: ক্ষোভৰ জুইত জ্বলিছে বাংলাদেশঃ ভাৰতৰ বিৰুদ্ধে শ্লোগান বাংলাদেশীৰ
Subscribe
I want in
I've read and accept the
Privacy Policy
.