Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
HIMANTA BISWA SARMA
Search
Browse our exclusive articles!
Titabar । তিতাবৰৰ গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 24, 2024
Titabar। তিতাবৰৰ বৃহত্তৰ চুঙী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, কবি, নাট্যকাৰ, অভিনেতা গুণীন্দ্ৰ নাথ হাজৰিকাৰ স্মৃতিত তামোলবাৰীত প্ৰতিষ্ঠা কৰা গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।
Nagarbera । নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয় এলেকাৰ কলহী নৈত অবৈধ মাটি খনন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 24, 2024
Nagarbera । প্ৰতিদিনে ৪/৫ টাকৈ মেচিন চলে জাওঁকাটাদিয়া অঞ্চলৰ কলহী নৈত। বন বিভাগক মেনেজ কৰি জাওঁকাটাদিয়া একাংশ ভূ মাফিয়াই দৈনিক খনন কৰে নৈৰ ভূমি। নৈৰ পৰা ভূমি খনন কৰি বিক্ৰী কৰে লাখৰ ঘৰত এই অভিযোগ স্থানীয় ৰাইজৰ।
Guwahati Press Club। গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক , কলা বেজ পৰিধান…
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 19, 2024
Guwahati Press Club।গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক । সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰলৈ দাবী। সাংবাদিকৰ সুৰক্ষাৰ বাবে আইন অনাৰ দাবী প্ৰতিবাদী সাংবাদিকৰ । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'ৰাজভৱন চলো' কাৰ্যসূচীৰ মাজতে কৰ্তব্যৰত সাংবাদিকক আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদন ।
BJP। ভাৰতীয় জনতা পাৰ্টীৰ লাহোৱাল মণ্ডলৰ সভাপতি পদত নিযুক্তি লাভ কুমুদ দত্তৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 18, 2024
BJP । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীয়ে জিলাই জিলাই অনুষ্ঠিত কৰি অহা মণ্ডল সভাপতিৰ নিযুক্তি সংগঠন পৰ্বৰ সমান্তৰালকৈ অলপতে বিজেপি দলৰ ৰাজ্যিক উপসভাপতি জয়ন্ত দাসৰ উপস্থিতিত ডিব্ৰুগড় জিলাৰ ১৮টা মণ্ডল সভাপতিৰ পদত দলটোত দীৰ্ঘদিনৰ পৰা সক্ৰিয়তাৰে সেৱা আগবঢ়াই ১৮ গৰাকীকৈ বিজেপি দলৰ কৰ্মকৰ্তাক নিযুক্তি প্ৰদান কৰা হয় ।
Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 18, 2024
Bhutan and Assam। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।
1
...
33
34
35
...
459
Page 34 of 459
Popular
CM Nitish Kumar: মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত
দৈনন্দিন বাৰ্তা
-
December 20, 2025
Train Accident: কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ
মুখ্য-পৃষ্ঠা
December 20, 2025
Train Accident: কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ
Narendra Modi: দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মুখ্য-পৃষ্ঠা
December 20, 2025
Narendra Modi: দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিয়লি ২:৪৫ বজাত গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী।
MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম
মুখ্য-পৃষ্ঠা
December 19, 2025
MGNREGA: সলনি হ'ল MGNREGA আঁচনিৰ নাম। লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে গৃহীত বিধেয়কখন।
Baby winter tips: শীতকালত শিশুক সপ্তাহত কেইবাৰ গা ধুৱাব লাগে ?
মুখ্য-পৃষ্ঠা
December 19, 2025
Baby winter tips: শীতকালত শিশুক সপ্তাহত কেইবাৰ গা ধুৱাব লাগে ? সামান্য অৱহেলাৰ বাবেও শিশু চৰ্দি, কাহ বা ছালৰ লগত জড়িত সমস্যাত ভুগিব পাৰে।
Subscribe
I want in
I've read and accept the
Privacy Policy
.