Tag: HIMANTA BISWA SARMA

Browse our exclusive articles!

Bogdoi। মানুহৰ হাতে খন্দা অসমৰ একমাত্ৰ নদী মানুহৰ হাততেই ধ্বংস ক্ষণ গনিছে

Bogdoi। মানুহৰ নিজ হাতে খন্দা অসমৰ একমাত্ৰ নদী হল ভোগদৈ,আৰু এই ভোগদৈ নদী যোৰহাটবাসী স্বাভিমান আৰু ভোগদৈ নদী সন্মুখত লৈয়ে যোৰহাট বাসীয়ে নিজৰ জীৱন ধাৰণ প্ৰণালী আৰম্ভ কৰা লগতে ভোগদৈ লৈ তেওঁ লোকৰ বহু সপোন নিৰ্হিত হৈ থাকে।কিন্তু স্বাভিমান নদীখন এতিয়া মৃত্যুৰ দুৱাৰদলিত।কাৰণ মানৱ জাতিয়ে আজি ভোগদৈ নদীত জাৱৰ জোথৰ মল মুত্ৰ পেলাই নদীখন অপৰিস্কাৰ কৰি পেলোৱা লগতে ইয়াৰ বক্ষ বাম কৰি পেলাইছে, ফলত ক্ষণে ক্ষণে মৃত্যু পিনে ধাৱমান হোৱা ভোগদৈক ৰক্ষা কৰিবলৈ ওলাই আহিল এদল যুৱবাহিনী।

Morigaon । ৰাজ্য চৰকাৰে মৰিগাৱঁত প্ৰদান কৰিলে আনন্দৰাম বঁটা আৰু বানীকান্ত কাকতি বঁটা

Morigaon । মৰিগাওঁ তৰুণৰাম ফুকন খেলপথাৰত অনুস্থিত হোৱা অনুষ্ঠানত জিলাখনৰ ১২১২৮ গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰা লগতে ১০৮৬ গৰাকী ছাত্ৰ ছাত্ৰীক বানীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটি প্ৰদান কৰাৰ উপৰিও ৬২২ গৰাকীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে৷

Cows। বিলাসী বাহনত আহি গোহালীৰ পৰা চোৰে লৈ গ’ল গৰু

মৰিয়নিত পুৱতি নিশা আৰক্ষী চকীৰ সমীপৰ পৰাই বিলাসী বাহনত আহি গোহালীৰ পৰা চোৰে লৈ গ’ল গৰু।Cows মৰিয়নিৰ চেলেং চাহ বাগিছাত বিলাসী বাহন যোগে গৰু চোৰ।বাগিছাখনৰ সন্তোষ সিং নামৰ গো পালক জনৰ চোতালৰ পৰা পুৱতি নিশা এখন স্কপিঅ’ বাহনত অহা এটা চোৰৰ দলে এজনী গৰু চোৰ কৰি লৈ যায়।চোৰৰ দলটোৱে গৰু জনী স্কপিঅ’বাহনত উঠোৱা সময়ত গো পালক গৰাকী সাৰ পাই চিঞৰ বাখৰ কৰে যদিও গৰু সহ চোৰৰ দলটো ধোদৰ আলিয়েদি আমগুৰি

‘Advantage Assam2.0’। ‘এডভেন্টেজ অসম২.০’ৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা

'Advantage Assam2.0'। অসমত উদ্যোগ স্হাপনৰ বাবে বিনিয়োগকাৰী সকলক আকৰ্ষিত কৰাৰ বাবে অহা বছৰৰ ২৪ আৰু ২৫ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য 'এডভেন্টেজ অসম ২.০'ৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয়।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব লগা এই সন্মিলনৰ যাৱতীয় প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত উদ্যোগ ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ পৰা উদ্যোগ মন্ত্ৰী বড়াই বুজ লয়।

Russia: ৰাছিয়াৰ গুৰুত্বপূৰ্ণ তেল ডিপোত ইউক্ৰেইনৰ আক্ৰমণ

পশ্চিম ৰাছিয়াৰ এটা গুৰুত্বপূৰ্ণ তেল ডিপোত ইউক্ৰেইনৰ আক্ৰমণ। ড্ৰোন আক্ৰমণৰ ফলত ডিপোটোত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। বুধবাৰে (১১ ডিচেম্বৰ) স্থানীয় সময় অনুসৰি ইউক্ৰেইনৰ সেনাই...

Popular

CM Nitish Kumar: মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত

CM Nitish Kumar: মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত। সিদ্ধান্ত সলনি নুছৰত পাৰবীনৰ

Train Accident: কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ

Train Accident: কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ

Narendra Modi: দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Narendra Modi: দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিয়লি ২:৪৫ বজাত গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী।

MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম

MGNREGA: সলনি হ'ল MGNREGA আঁচনিৰ নাম। লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে গৃহীত বিধেয়কখন।

Subscribe

spot_imgspot_img