Breaking

Browsing Tag

Kerala

‘এখন BMW, ১৫০ গ্ৰাম সোণৰ বাবে প্ৰেমিকে এৰি থৈ গ’ল প্ৰেমিকাক’! অৱশেষত চৰম পন্থা ল’লে চিকিৎসক…

‘এখন BMW, ১৫০ গ্ৰাম সোণৰ বাবে প্ৰেমিকে এৰি থৈ গ’ল প্ৰেমিকাক’! কেৰালাত আত্মহত্যা কৰা চিকিৎসকগৰাকীৰ ভাতৃয়ে ক'লে যে তেওঁৰ ভগ্নীৰ হৃদয় কিয় ভাঙিল। কেৰালাত ২৬ বছৰীয়া ডাক্তৰ ছাহানাৰ আত্মহত্যাৰ ক্ষেত্ৰত ভায়েকে ক'লে গোটেই কাহিনীটো। দাবী কৰা
Read More...

কেৰালাৰ এৰ্নাকুলমত ৫ ছেকেণ্ডৰ ব্যৱধানত সংঘটিত তিনিটাকৈ ভয়ংকৰ বোমা বিস্ফোৰণ

কেৰালাৰ এৰ্নাকুলমত বোমা বিস্ফোৰণ। ৫ ছেকেণ্ডৰ ব্যৱধানত সংঘটিত তিনিটাকৈ ভয়ংকৰ বিস্ফোৰণ।বিস্ফোৰণত মৃত্যু এজনৰ।
Read More...

“পত্নীয়ে ৰান্ধিব নাজানে। পাচলি কটা, বাচন ধোৱা, পুৱা শুই উঠাৰে পৰা নিশা বিচনাত পৰালৈকে ঘৰৰ সকলো কাম…

“পত্নীয়ে ৰান্ধিব নাজানে। পাচলি কটা, বাচন ধোৱা একো কামেই নাজানে। পুৱা শুই উঠাৰে পৰা নিশা বিচনাত পৰালৈকে ঘৰৰ সকলো কাম মই কৰিব লাগে। তাৰমাজতে অফিচো যাব লাগে। এনেকৈ মই নোৱাৰা হৈছো। মোক মুক্তি লাগে। পত্নীৰ পৰা মুক্তি লাগে।”- এই আৰ্জীৰে কেৰালা
Read More...

‘ভাৰতৰ পৰা খ্ৰীষ্টান ধৰ্ম নিৰ্মূল কৰিব নোৱাৰে’, মণিপুৰৰ হিংসাক লৈ কেন্দ্ৰক সমালোচনা আৰ্চবিশ্বপ…

মণিপুৰত অৰ্ধসামৰিক বাহিনী থকাৰ পাছতো চৰ্চালৈ আহিছে বহু হিংসাত্মক ঘটনা। এই সময়ত ৰাজনৈতিক নেতাৰ ঘৰো জ্বলাই দিয়া হৈছে। মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে কেৰালা কেথলিক বিচপ কাউন্সিলৰ সভাপতি কাৰ্ডিনেল মাৰ বেচিলিয়াছ ক্লেমিছে
Read More...

‘প্ৰথমে কেৰালাই ঘৰুৱা শ্ৰমিকৰ অধিকাৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰিব ব্যতিক্ৰমী পদক্ষেপ ‘:…

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলনৰ আৰম্ভ। মুখ্যমন্ত্ৰীয়ে কয় যে গঠন হোৱাৰ পিছৰে পৰা কেৰালাই আনুষ্ঠানিক, অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অধিকাৰভিত্তিক কৌশল অনুসৰণ কৰিছেকেৰালাই ঘৰুৱা শ্ৰমিকৰ অধিকাৰ সুৰক্ষাৰ বাবে এখন বিধেয়ক
Read More...

‘কেৰালাত ধৰ্মান্তৰকৰণ সন্ত্ৰাসবাদ, কংগ্ৰেছ-পিএফআই একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি’ জে পি নাড্ডা

বিতৰ্কৰ মাজতে বিজেপিৰ সভাপতি জে পি নাড্ডাই ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখনৰ পৰ্যালোচনা কৰিছে। বিজেপিয়ে ছবিখনক সমৰ্থন কৰি থকাৰ সময়তে বিৰোধীয়ে ছবিখনৰ বিৰোধিতা কৰিছে। জে পি নাড্ডাই কয় যে কেৰালাত ধৰ্মান্তৰকৰণ এক সন্ত্ৰাসবাদ। এয়া সন্ত্ৰাসবাদৰ
Read More...

কেৰালাত পৰ্যটকৰ নাও দুৰ্ঘটনা, ২২ জনৰ মৃত্যু, শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মুৰ্মুৰ।…

কেৰালাৰ মালাপ্পুৰম জিলাত এখন হাউচবোট ডুব যায়। এই দুৰ্ঘটনাত এতিয়ালৈকে ২২ জন লোকৰ মৃত্যু হৈছে। নাওখনত বহি থকা মুঠ লোকৰ সংখ্যা অনুমান কৰিব পৰা নগ’ল। কেৰালাৰ মালাপ্পুৰম জিলাত ২৫ জনতকৈ অধিক লোক কঢ়িয়াই অনা এই নাও খন উটি যোৱাৰ ফলত কমেও ২২ জন
Read More...

ৰাজনীতিত মুখামুখি পিতৃ-পুত্ৰ ! এগৰাকী প্ৰবীণ কংগ্ৰেছ নেতাৰ পুত্ৰই যোগদান কৰিলে বিজেপিত। পুত্ৰৰ মতে…

ৰাজনীতিত মুখামুখি পিতৃ-পুত্ৰৰ! এগৰাকী প্ৰবীণ কংগ্ৰেছ নেতাৰ পুত্ৰই যোগদান কৰিলে বিজেপিত।পুত্ৰ অনিল এণ্টনীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ সিদ্ধান্তক লৈ শোক প্ৰকাশ কৰি বৃহস্পতিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এ কে এণ্টনীয়ে কয় যে তেওঁ শেষ
Read More...

ৰে’লত পেপি তামিল গীতত নৃত্য কেৰালাৰ এদল ছাত্ৰ-ছাত্ৰীৰ, শিক্ষকেও যোগদান কৰে নৃত্যত…

কেৰালাৰ এখন কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ৰে'লৰ ভিতৰত পেপি তামিল গীতত গ্ৰুপ ডান্স, শিক্ষকেও যোগদান কৰিলে নৃত্যত। এই ভাইৰেল হোৱা ক্লিপটোত দেখা গৈছে যে কোট্টাইমৰ চাংগনাশ্বেৰীৰ বাৰ্চমেন্স ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজৰ এদল ছাত্ৰই ৰে'লত যাত্ৰা কৰি
Read More...

কেৰালাত ১০ কোটি টকাৰ লটাৰীত জয়লাভ অসমৰ এজন যুৱকৰ…

কেৰালাত ১০ কোটি টকাৰ লটাৰীত জয়লাভ অসমৰ এজন যুৱকৰ। কেৰালা গ্ৰীষ্মকালীন বাম্পাৰ লটাৰী ২০২৩ বি আৰ-৯০ত ১০ কোটি টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰি নিশাৰ ভিতৰতে কোটিপতি হৈ পৰিছে অসমৰ এগৰাকী যুৱক। যুৱকজনৰ নাম এলবাৰ্ট গীতা, এলবাৰ্টয়ে মালয়ালম চলচ্চিত্ৰ
Read More...