Tag: Narendra Modi

Browse our exclusive articles!

Narendra Modi: ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰীক

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি(Narendra Modi)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বছৰজোৰা সংগীতৰ ডয়েন ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদ্‌যাপনৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়৷

MP Kangana Ranaut: চন্দ্ৰত দাগ আছে কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নাইঃ কংগনা ৰাণাৱট

হিমাচল মধ্যপ্ৰদেশৰ বজাৰত ভাষণ দি কংগনা ৰানাৱটে কংগ্ৰেছৰ নেতাগক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।(MP Kangana Ranaut)

Narendra Modi: ৰাছিয়াৰ বিজয় দিৱসলৈ নিমন্ত্ৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক !

ৰাছিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘বিজয় দিৱস’ উদযাপনলৈ আমন্ত্ৰণ জনাইছে, মে’ মাহত মস্কো ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে।(Narendra Modi)

World Health Day: ফিট হৈ থাকিবলৈ তেলৰ পৰা আঁতৰি থাকক, বিশ্ব স্বাস্থ্য দিৱসত উপদেশ প্ৰধানমন্ত্ৰী মোদীৰ

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সুস্থ জীৱনশৈলী গ্ৰহণ কৰি মেদবহুলতাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। তেওঁ কয় যে ব্যক্তিগত ফিটনেছক অগ্ৰাধিকাৰ দিয়াটোৱে ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।(World Health Day)

Vantara Inauguration: গুজৰাটৰ জামনগৰত বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গুজৰাটৰ জামনগৰত বনতাৰাৰ শুভ উদ্বোধন(Vantara Inauguration)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন, আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা উদ্বোধন কৰে। বন্যপ্ৰাণীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে পাৰ কৰিলে বহু সময়।

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img