Tag: Narendra Modi

Browse our exclusive articles!

Narendra Modi: ৰতন টাটাক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰতন টাটা আছিল যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস, সোঁৱৰণী। আমি তেওঁৰ প্ৰতিটো সপোন পূৰণ কৰিব লাগিব। মমতাৰ লগতে নম্ৰতাৰেও সফলতা লাভ কৰিব পাৰি।(Narendra Modi)

Trump Modi Friendship: প্ৰধানমন্ত্ৰী মোদী আৰু ড’নাল্ড ট্ৰাম্পৰ ফোনযোগে কথোপথন, ট্ৰাম্পে ক’লেঃ বিশ্বই মোদীক ভাল পায়…

প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ ফোনযোগে কৰা কথোপকথন ভাইৰেল হৈ পৰিছে, যাৰ পৰা দেখা গৈছে যে দুয়োৰে মাজত আছে গভীৰ বন্ধুত্ব সম্পৰ্ক।(Trump Modi Friendship)

Attack on Hindu Temple in Canada: কানাডাত হিন্দু মন্দিৰত সংঘটিত ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ, ‘বন্দে মাতৰম’ আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে প্ৰতিবাদ

কানাডাৰ ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে ভাৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সোমবাৰে পতাকা লৈ মন্দিৰৰ বাহিৰত বৃহৎ সংখ্যক হিন্দুৱে প্ৰতিবাদ সাব্যস্ত কৰে(Attack on Hindu Temple in Canada)

Floods: ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা কেন্দ্ৰীয় অংশ হিচাপে বানাক্ৰান্ত অসমলৈ ৭১৬ কোটি টকা মোকলাই দিলে কেন্দ্ৰীয় গৃহ দপ্তৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত মোদী চৰকাৰে জনসাধাৰণে সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে।(floods)

India to set Space Station: ২০৩৫ চনৰ ভিতৰত মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ৩ টাকৈ ছুপাৰ কম্পিউটাৰ। ২০৩৫ চনৰ ভিতৰত মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে।(India to set Space Station)

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img