Tag: Pushpa 2

Browse our exclusive articles!

Allu Arjun: ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়াললৈ ২৫ লাখ টকা ঘোষণা আল্লু অৰ্জুনৰ

হায়দৰাবাদৰ ষ্টাম্পেড কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আল্লু অৰ্জুনে এটা ভিডিঅ’ প্ৰকাশ কৰিছে। এই ঘটনাত তেওঁ মৃতকৰ পৰিয়ালক সহায়ৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ আহত পুত্ৰৰ দায়িত্বও ল’ব।(Allu Arjun)

Pushpa 2 Premiere Collection: ছবিগৃহত মুক্তি লাভ পুষ্পা ২ৰ, মুক্তিৰ পূৰ্বে ছবিখনে উপাৰ্জন কৰিল ২১ কোটি

৫ ডিচেম্বৰ বৃহস্পতিবাৰে ছবিগৃহত মুক্তি লাভ কৰিলে আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডন্নাৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’এ। কিন্তু তাৰ আগতে ৪ ডিচেম্বৰত ছবিখনৰ প্ৰিমিয়াৰ হয়, য’ত ছবিখনে অভিলেখ ভংগ কৰি উপাৰ্জন কৰে। (Pushpa 2 Premiere Collection)

Pushpa 2: অন্ধ্ৰ চৰকাৰৰ সমৰ্থনত ‘পুষ্পা ২’ৰ টিকটৰ মূল্যবৃদ্ধি, মুখ্যমন্ত্ৰীক কি ক’লে আল্লুৱে?

বৃহস্পতিবাৰে মুক্তি পাব পুষ্পা ২। সমগ্ৰ দেশতে ছবিখনৰ টিকট বিক্ৰীক লৈ অনুৰাগীৰ মাজত এক উন্মাদনা সৃষ্টি হৈছে।(Pushpa 2)

Allu Arjun:’পুষ্পা ২’ মুক্তিৰ পূৰ্বে চকুলো টুকিলে আল্লু অৰ্জুনে? পৰিচালকে কি ক’লে অভিনেতাগৰাকীক

আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডন্নাৰ বহু প্ৰত্যাশিত ‘পুষ্পা ২’ ছবিখন মুক্তি পাবলৈ বাকী আছে মাত্ৰ দুদিন। ছবিখনক লৈ অনুৰাগীৰ অপেক্ষাৰ অন্ত নাই। শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত ‘পুষ্পা ২’ অনুষ্ঠানত আল্লু অৰ্জুনৰ চকুত চকুলো দেখা গ'ল।(Allu Arjun)

Pushpa 2 : ‘পুষ্পা ২’ত এখন নতুন মুখৰ আভাস! কোন এই অভিনেতা জন? অপেক্ষা ৫ ডিচেম্বৰলৈ

দৰ্শকৰ মাজত ‘পুষ্পা ২’ক লৈ সৃষ্টি হৈছে ৰহস্য। ছবিখনৰ আভাস দেখিয়ে অনুমান কৰা হৈছে যে এই ছবিখনে বক্স অফিচত ধুমুহাৰ দৰে বিয়পিব। (Pushpa 2)

Popular

১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি । Assam Weather Update

১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি । Assam Weather Update

কামপুৰত পৰকীয়া প্ৰেমৰ পৰিণতি :: পত্নী আৰু প্ৰেমিক শিক্ষকক নৃশংসভাবে হত্যা কৰি হত্যাকাৰীৰ আত্মসমৰ্পণ ।

কামপুৰত পৰকীয়া প্ৰেমৰ পৰিণতি :: পত্নী আৰু প্ৰেমিক শিক্ষকক নৃশংসভাবে হত্যা কৰি হত্যাকাৰীৰ আত্মসমৰ্পণ ।

অসম সাহিত্য সভাৰ, প্ৰথম বাৰৰ বাবে আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিবস উদযাপন,প্ৰশস্তি গীত উদ্বোধন,”পতঞ্জলি মহাভাষ্য”ৰ উন্মোচন ।asom sahitya sabha

অসম সাহিত্য সভাৰ, প্ৰথম বাৰৰ বাবে আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিবস উদযাপন,প্ৰশস্তি গীত উদ্বোধন,"পতঞ্জলি মহাভাষ্য"ৰ উন্মোচন ।asom sahitya sabha

Subscribe

spot_imgspot_img