Tag: Saif Ali Khan

Browse our exclusive articles!

Saif Ali Khan: ‘কেতিয়াবা প্ৰয়োজন হ’লে মুকলিকৈ ক’বচোন…’ অটো চালকক কি ক’লে ছেইফ আলী খানে?

ছেইফ আলী খানক লগ পোৱাৰ পাছত অটো চালক ভজন সিং ৰাণাই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে। এই সময়ছোৱাত অভিনেতাজনে তেওঁক কি ক’লে সেই কথাও ক’লে। তেওঁৰ এই বক্তব্য ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।(Saif Ali Khan)

Saif Ali Khan discharged: চিকিৎসালয়ৰ পৰা ঘৰলৈ অভিনেতা ছেইফ আলী খান, চিকিৎসালয়ত উপস্থিত ছাৰা, কৰীনা

আক্ৰমণৰ ৬ দিন পিছত ছেইফ আলী খানক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়, ছাৰাৰ পৰা কৰীনা কাপুৰলৈকে গোটেই পৰিয়ালটো চিকিৎসালয়ত উপস্থিত হয়।(Saif Ali Khan discharged)

Saif Ali Khan: ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত বিজয় দাসক গ্ৰেপ্তাৰ মুম্বাই ক্ৰাইম ব্ৰান্সৰ

ছইফ আলী খানক ছুৰিকাঘাত কৰা অভিযুক্তক গ্ৰেপ্তাৰ। বিজয় দাস নামৰ দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ মুম্বাই ক্ৰাইম ব্ৰান্সৰ। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ছুৰিকাঘাতৰ কাৰণ।(Saif Ali Khan)

Saif Ali Khan: ছেইফক আক্ৰমণ, ৩জনক আটক কৰি জেৰা অব্যাহত আৰক্ষীৰ

মুম্বাই আৰক্ষীয়ে ছেইফৰ ঘৰত কৰ্মৰত তিনিজন লোকক আটক কৰে। তিনিওজনকে থানালৈ লৈ গৈছে, বৰ্তমান তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে।(Saif Ali Khan)

Saif Ali Khan: বলীউডৰ অভিনেতা ছেইফ আলী খানক আক্ৰমণ! কৰীনাৰ অৱস্থা জানি লওক…

বলীউডৰ অভিনেতা ছেইফ আলী খানক আক্ৰমণ। ঘৰত প্ৰৱেশ কৰা চোৰে আক্ৰমণ কৰিলে বলীউডৰ অভিনেতাগৰাকীক। সম্প্ৰতি লীলাৱতী চিকিৎসালয়ত চিকিৎসাধীন ছেইফ আলী খান।(Saif Ali Khan)

Popular

Prafulla Govinda Baruah: পঞ্চভূতত বিলীন বিশিষ্ট সাংবাদিক তথা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱা

Prafulla Govinda Baruah: পঞ্চভূতত বিলীন বিশিষ্ট সাংবাদিক তথা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱা। ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন

Zubeen Garg: ২০২৫ত Googleত আটাইতকৈ বেছি Search কৰিলে জুবিন গাৰ্গক

Zubeen Garg: ২০২৫ত Googleত আটাইতকৈ বেছি Search কৰিলে জুবিন গাৰ্গক

Sangeeta Barooah Pisharoty: প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ সভাপতি পদত জয়ী সংগীতা বৰুৱা পিছাৰটি

Sangeeta Barooah Pisharoty: প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ সভাপতি পদত জয়ী সংগীতা বৰুৱা পিছাৰটি

Ahmed Al Ahmed: সন্ত্ৰাসবাদী বিৰুদ্ধে যুঁজি হিৰ’ হ’ল আহমেদ আল আহমেদ।

Ahmed Al Ahmed: সন্ত্ৰাসবাদী বিৰুদ্ধে যুঁজি হিৰ' হ'ল আহমেদ আল আহমেদ।

Subscribe

spot_imgspot_img